বিগত ২৪ ঘণ্টাত, দেশখত সুস্থ হৈ উঠিছে ৬০হেজাৰ ২৯৮ জন ।
ADVERTISEMENT
দেশত বৰ্তমানলৈকে মুঠ চাৰি কোটি ২০ লাখ ৩৭ হেজাৰ ৫৩৬ জন লোক সুস্থ হৈ উঠিছে।
বিগত ২৪ ঘণ্টাত, ভাৰতত কৰ’না ফলত ৩২৫ জন লোকৰ মৃত্যু হৈছে।
ইয়াৰ ভিতৰত কেৰালাত ১৯৫ জন লোকৰ মৃত্যু হৈছে।