Russia Ukraine Crisis : ইউক্ৰেনত যুদ্ধ ঘোষণা ৰাছিয়াৰ

ইউক্ৰেনত মিছাইল আক্ৰমণ চলালে ৰাছিয়াই । ইউক্ৰেনৰ ডনবাছ অঞ্চলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত বিশেষ সামৰিক অভিযান আৰম্ভ কৰিলে ৰাছিয়াই । প্রত্যক্ষদর্শীৰ মতে কীয়েভৰ মূল বিমানকোঠত বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে ।

ইউক্ৰেনে অভিযোগ কৰিছে যে সম্পূৰ্ণ সামৰিক অভিযান আৰম্ভ হৈছে । নাগৰিক সকলক আশ্ৰয়থলীত আত্মগোপন কৰিবলৈ কৈছে ।

Exit mobile version