মহানগৰীত চানমাৰীত পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত তিনি

ডিভাইডাৰত খুন্দা তীব্ৰবেগী মাহিন্দ্ৰা এক্সইউভি

গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীটো খুন্দা মাৰে ।

গুৰুতৰ ভাৱে আহত স্কুটী আৰোহী দুজনৰ লগতে মাহিন্দ্ৰা গাড়ীখনৰ চালক ।

মাহিন্দ্ৰা গাড়ীখনৰ আৰোহীজন মহানগৰীৰ চান্দমাৰী কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

Exit mobile version