যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা উভতিল অসমৰ ছয় শিক্ষাৰ্থী

FNIstWcacAEssOm

আজি বৈদেশিক মন্ত্ৰণালয়ে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰিলে অসমৰ ছয়গৰাকী শিক্ষাৰ্থী । পুৱাই নতুন দিল্লীত উপস্থিত হৈছে ছাত্ৰ-ছাত্ৰীকেইজন । দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানৰ টিকিটৰ ব্যৱস্থা নোহোৱা পর্যন্ত তেওঁলোক অসম ভৱনতে থাকিব ।

আজি উদ্ধাৰ কৰা ছাত্ৰ-ছাত্ৰীসকল হৈছে গুৱাহাটীৰ ভাস্বতি গোস্বামী আৰু স্নেহা ডেকা, নলবাৰীৰ মৃগাক্সি কলিতা, নগাঁৱৰ ছাদ্দাম হুছেইন, নয়নজ্যোতি দাস আৰু মুমছাদ হুজায়েফ উদ্দিন আহমেদ ।

Exit mobile version