অভিলেখ ভংগৰে যুদ্ধৰ পৰিস্হিতিত প্ৰত্যাহ্বানৰ মুখত দেশৰ অৰ্থনীতি

economic growth getty

অপৰিশােধিত তেলৰ মূল্যৰ ঊর্ধ্বমুখী গতিৰ মাজতে সর্বকালৰ অভিলেখ বন্ধ কৰি ভাৰতীয় মুদ্ৰাৰ মূল্য হ্রাস পালে। সোমবাৰে প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্রাস পাই ৭৬.৯৬ টকা হ’ল।

যােৱা শুকুৰবাৰে প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রা বিনিময় মূল্য আছিল ৭৬.১৬ টকা। দেশৰ ইতিহাসত ভাৰতীয় মুদ্ৰাৰ এনে অৱমূল্যায়ন ইয়াৰ পূর্বে হােৱা নাছিল।

উল্লেখ্য ভাৰত হ’ল বিশ্বৰ তৃতীয় বৃহত্তম খাৰুৱা তেলৰ আমদানিকাৰক দেশ। ইন্ধনৰ ক্রমবর্ধমান মূল্যই ভাৰতীয় মুদ্ৰাৰ মূল্য হ্রাস কৰিছে।

Exit mobile version