অসমবাসীক কৃতজ্ঞতা প্ৰধানমন্ত্ৰীৰ

EXzFe1lXsAEC3Th

ঘোষণা কৰা হ’ল পৌৰ সভা নিৰ্বাচনৰ ফলাফল।

পৌৰসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ বৃহৎ সফলতা।

৮০ খন পৌৰসভাৰ ৭৭ খন পৌৰসভাই বিজেপি মিত্ৰজোঁটৰ দখলত।

বিজেপি প্ৰতি থকা আস্থাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে ।

টুইতযোগে অসমবাসীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ।

Exit mobile version