COVID : দেশত হ্ৰাস পালে ক’ভিডৰ দৈনিক সংক্রমণ

দৈনিক সংক্রমণৰ শীর্ষত কেৰালা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ আক্রান্ত ৯২২ । তাৰ পাছতেই আছে মহাৰাষ্ট্র (২২৯), মিজোৰাম (২২৮), দিল্লী (১৪৮), কর্নাটক (১৪০)

1642902064 covid usa

অৱশ্যে মৃত্যুৰ সংখ্যা কিছু বৃদ্ধি পাইছে । বিগত ২৪ ঘণ্টাত ১৪৯ জনৰ মৃত্যু হৈছে । সক্রিয় ৰোগীৰ সংখ্যা এয়ে প্রথম ৩০ হেজাৰৰ তলত নামিল। যোৱা ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা ২৯ হেজাৰ ১৮১ ।

দেশত হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্রমণ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে শুকুৰবাৰে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুন আক্রান্তৰ সংখ্যা দুহেজাৰ ৫২৮ ।

দৈনিক সংক্রমণের হাৰ এক শতাংশৰ তলতেই আছে । ১৭ দিন ধৰি এই হাৰেই আছে । বিগত ২৪ ঘণ্টাত তিনি হেজাৰ ৯৯৭ জন সুস্থ হৈছে । সুস্থতাৰ হাৰ ৯৮.৮০ শতাংশ ।

অৱশ্যে মৃত্যুৰ সংখ্যা কিছু বৃদ্ধি পাইছে । বিগত ২৪ ঘণ্টাত ১৪৯ জনৰ মৃত্যু হৈছে । সক্রিয় ৰোগীৰ সংখ্যা এয়ে প্রথম ৩০ হেজাৰৰ তলত নামিল। যোৱা ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা ২৯ হেজাৰ ১৮১ ।

দৈনিক সংক্রমণৰ শীর্ষত কেৰালা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ আক্রান্ত ৯২২ । তাৰ পাছতেই আছে মহাৰাষ্ট্র (২২৯), মিজোৰাম (২২৮), দিল্লী (১৪৮), কর্নাটক (১৪০) ।

Exit mobile version