ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ, সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও

গুৱাহাটীৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত উত্তেজিত পৰিস্থিতি ।

কাহিলীপাৰাত ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ ।

চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী ।

সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও টেট শিক্ষকৰ ।

সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কৰিবলৈ অহা সহস্ৰাধিক টেট শিক্ষকক আটক আৰক্ষীৰ ।

Exit mobile version