★শৰীৰত আঘাত পালে ঘেঁহু গছৰ পাত পিহি আঘাত পােৱা অংশত লগালে সােনকালে নিৰাময় হয়।
ADVERTISEMENT
★ ঘেঁহু ব্যৱহাৰে যকৃত সবল কৰি ৰখাটো সহায় কৰে ।
★ৰাতি ঘেঁহু পানীত তিয়াই থৈ ৰাতিপুৱা সেই গজালি ওলােৱা ঘেঁহুৰ পানী খালে স্মৃতিশক্তি বৃদ্ধি হয়।
★ৰাতি তিয়াই থোৱা ঘেঁহুৰ পানী পুৱা দুচামুচ মিছিৰি স’তে মিহলাই খালে প্রস্রাৱৰ জ্বলন নােহােৱা হয়।
★তেজ পৰিষ্কাৰ কৰাতো সহায় কৰে ঘেঁহুৱে।
★শৰীৰৰ কোনো অংশত জুয়ে পুৰিলে ঘেঁহুৰ পৰা তৈয়াৰ কৰা আটা পানীত গুলি শৰীৰৰ পুৰা অংশত লগালে আৰাম পােৱা যায়।
★ঘেঁহুৱে আহাৰ হজম হােৱাতো সহায় কৰে।
★পাথৰি ৰােগৰ বাবেও ঘেঁহু অতি উপকাৰী।
★ঘেঁহু কেন্সাৰ ৰােগ প্ৰতিৰােধ কৰাতো সহায় কৰে।