Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Sunlight : আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !

publisher by publisher
March 12, 2023
in Lifestyle
Reading Time: 2 mins read
0
Sunlight : আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

Sunlight :

আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত।

ADVERTISEMENT

ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়। শৰীৰত প্ৰৱেশ নহয় মহামূল্যবান ‘ডি’ ভিটামিনৰ। তেতিয়াই শৰীৰক আক্রমণ কৰে নানা ধৰণৰ ৰোগে। ভিটামিন ‘ডি’; যাৰ অন্য নাম ছানছাইন ভিটামিন।

বিভিন্ন খাদ্যৰ উপৰি ভিটামিন ‘ডি’ৰ অন্যতম উৎস হ’ল সূৰ্যৰ পোহৰ বা ৰ’দ। ইয়াৰ উপকাৰিতা বহুমুখী। তেজত মিহলি হৈ থকা ভিটামিন ‘ডি’য়ে হাড় আৰু কোষৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ত্বকৰ পোৰণি হ্রাসত সহায় কৰে।

শৰীৰত কেলছিয়াম আৰু ফছফেটৰ মাত্রা নিয়ন্ত্ৰণ কৰে। এতিয়া চাই লওক, ভিটামিন ‘ডি’ৰ অভাৱৰ ফলত আমাৰ শৰীৰত কি ধৰণৰ সমস্যাই দেখা দিব পাৰে—

অত্যধিক অৱসাদ

অতিশয় ব্যস্ত জীৱনত অৱসাদৰ শেষ নাথাকে। ৰ’দৰ অভাৱে সেই সমস্যা অধিক বৃদ্ধি কৰে।শেহতীয়া এক গৱেষণা অনুযায়ী, যি মানুহৰ শৰীৰত ভিটামিন ‘ডি’ৰ পৰিমাণ কম, তেওঁলোক অৱসাদত আক্রান্ত হোৱাৰ প্ৰৱণতা আনতকৈ দুগুণ। মস্তিষ্কৰ হিপ্পোকেম্পাছ সহ কিছু অংশই ভিটামিন ‘ডি’ৰ সহায়ত মন তজবজীয়া কৰি ৰখাত সহায় কৰে। যাৰ শৰীৰত ভিটামিন ‘ডি’ৰ পৰিমাণ কম, তেওঁলোকৰ মনত স্ফুর্তিও তুলনামূলকভাৱে কম।

কৰ্কটৰ স’তে যুদ্ধত শক্তি কমে

এক গৱেষণাত দেখা গৈছে যে যাৰ শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা বেছি, তেওঁলোকে কৰ্কট ৰোগৰ স’তে
বেছিকৈ যুদ্ধ কৰিব পাৰে। ভিটামিন ‘ডি’ ১০ শতাংশ বৃদ্ধি পালে,কৰ্কটৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা চাৰি শতাংশ বাঢ়ি যায়। কিন্তু ভিটামিন ‘ডি’ৰ মাত্রা কমিলে, যুদ্ধ কৰাৰ শক্তিও শৰীৰে হেৰুৱাবলগীয়া হয়।

প্ৰষ্টেট কেন্সাৰ

প্রাপ্ত তথ্য অনুযায়ী শৰীৰত ভিটামিন ‘ডি’ৰ মাত্রা হ্রাস পালে বা অভাৱ ঘটিলে প্র’ষ্টেট কেন্সাৰৰ আশংকা চাৰি-পাঁচ গুণ বৃদ্ধি পায়।

ডিমেন্সিয়া আৰু এলজাইমাৰ্ছ

প্রাপ্তবয়স্কসকল যদি অত্যধিক পৰিমাণে ভিটামিন ‘ডি’ৰ অভাৱত ভোগে, তেন্তে তেওঁলোকৰ ডিমেন্সিয়া বা স্মৃতিভ্রংশ হোৱাৰ প্ৰৱণতা ৫৩ গুণ বৃদ্ধি পায়। ইয়াৰ লগতে থাকে এলজেইমাৰৰ ৰোগত আক্রান্ত হোৱাৰো বিপদ। ছ’ৰিয়াটিক আর্থ্রাইটিছ বাতৰ যন্ত্ৰণাৰ অন্তৰালতো থাকে ভিটামিন ‘ডি’ৰ অভাৱ। গৱেষণাত দেখা গৈছে, যি মানুহে ছ’ৰিয়াটিক আর্থ্রাইটিছত ভোগে, তেওংলোকৰ ৬২ শতাংশৰ শৰীৰতে নাই পর্যাপ্ত পৰিমাণৰ ভিটামিন ‘ডি’। হৃদৰোগ যাৰ শৰীৰত ভিটামিন ‘ডি’ কম, তেওঁলোক ‘ক’ৰোনাৰি আৰ্টাৰী ডিজিজ’ত আক্ৰান্ত হোৱাৰ প্ৰৱণতা ৩২ শতাংশ বেছি।

নিউমোনিয়া

ভিটামিন ‘ডি’ৰ অভাৱ ঘটিলে এজন মানুহ নিউমোনিয়াত আক্রান্ত হোৱাৰ প্ৰৱণতা আঢ়ৈ গুণ বেছি।

স্কিজোফ্রেনিয়া

চাইক্রিয়াটিক হেল্থৰ ক্ষেত্ৰত ভিটামিন ‘ডি’ৰ গুৰুত্ব অপৰিসীম। তেজত যদি ভিটামিন ‘ডি’ পর্যাপ্ত পৰিমাণে নাথাকে, তেন্তে স্কিজোফ্রেনিয়াৰ আশংকা বহুখিনি বৃদ্ধি পায়।

স্নায়ুৰ সমস্যা

পাৰ্কিন্সন্‌ছ, ক্ল’ৰ’ছিছৰ দৰে ৰোগত যিসকল আক্রান্ত, তেওঁলোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱে স্নায়ুৰ সমস্যা বৃদ্ধি কৰে।

অকাল মৃত্যু

ইমান পৰে দেখিলে যে ভিটামিন ‘ডি’ৰ অভাৱত কি নহ’ব পাৰে! ইয়াৰ অভাৱে নানা দিশৰ পৰা শৰীৰক অসাৰ কৰি পেলায়। যাৰ ফলত এজন মানুহৰ অকাল মৃত্যু পর্যন্ত ঘটিব পাৰে৷

এতিয়া নিশ্চয় গম পালে যে সূৰ্যৰ পোহৰ বা ৰ’দত লুকাই আছে ইমানবোৰ প্ৰতিকাৰ। তাৰ পাছতো বাৰু আপুনি সচেতন নহ’ব নেকি? গতিকে যিকোনো প্ৰকাৰে দিনটোত কমেও কিছু সময়ৰ বাবে হ’লেও শৰীৰত ৰ’দ লাগিবলৈ দিয়ক। ৰ’দৰ উত্তাপে গাৰ ছাল ক’লা কৰাৰ চিন্তা নকৰি পাৰিলে কেই মিনিটমানৰ বাবে হ’লেও খালী গাত সূৰ্যৰ পোহৰ লাগিবলৈ দিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsHealthsunlight
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d