★বুটে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত শক্তি বৃদ্ধি কৰে।
★বুটে বদ হজম প্ৰতিৰোধ কৰে।
★বুটে ৰক্তপিত্ত ৰোগ নাশ কৰে।
★তেজ বমি বা নাকে মুখে তেজ যোৱা ৰোগত বুট বইল কৰি খালে সুফল পাব।
★শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে বুটে নিৰাময় কৰে।
★দাঁতৰ পাৰি ফুলিলে বুট সিজাই সেই পানীৰে মুখ কুলি কুলি কৰিলে বিষ কমিব।
★বুট পানীত তিয়াই ৰাখি পিছদিনা খালে শৰীৰৰ অস্থিৰ ভাৱ দূৰ হয় লগতে খোজ কঢ়াৰ শক্তি অধিক বৃদ্ধি হয় ।
★বুটে খাদ্য নলীত থকা ক্ষতিকাৰক জীবাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।