Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

পাচঁটা গ্ৰীষ্মকালীন ফল যিয়ে আপোনাৰ চুলিক সুস্থ কৰি ৰাখিব!

গৰমত খাইছে নে এই কেইবিধ ফল?

publisher by publisher
April 19, 2025
in Lifestyle
Reading Time: 1 min read
0
পাচঁটা গ্ৰীষ্মকালীন ফল যিয়ে আপোনাৰ চুলিক সুস্থ কৰি ৰাখিব!
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

খোজ কাঢ়িলেই যথেষ্ট নহয়, খোজৰ সংখ্যা বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

Fruits: গ্ৰীষ্মকালত ৰ’দ, ঘাম, ধূলিয়ে চুলিৰ আটাইতকৈ বেছি ক্ষতি কৰে। প্ৰথমে, অতিৰিক্ত অতিবেঙুনীয়া ৰশ্মিয়ে চুলিৰ ক্ষতি কৰে, আৰু ইয়াৰ উপৰিও গৰমত চুলিৰ গুৰিত ঘাম জমা হয়, যাৰ ফলত ধূলি আৰু মলি জমা হৈ মূৰৰ ছালত বিভিন্ন ধৰণৰ সংক্ৰমণ হ’ব পাৰে। ইয়াৰে এটা অন্যতম হ’ল উফিৰ সমস্যা।

ADVERTISEMENT

দুয়োটা ক্ষেত্ৰতে, চুলি ক্ষতি হোৱাৰ ভয় থাকে।চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰখাটো চুলিৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও গ্ৰীষ্মকালীন কঠোৰ বতৰৰ বিৰুদ্ধে যুঁজিবলৈ চুলিক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰাটোও প্ৰয়োজনীয়।

চুলিক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰাত সহায় কৰে এই পাঁচটা গ্ৰীষ্মকালীন ফলে। যিটো গ্ৰীষ্মকালত বজাৰত সহজে পোৱা যায়।

১.বেৰী জাতীয় ফল

বিদেশত গৰমৰ দিনত বিভিন্ন ধৰণৰ বেৰী পোৱা যায়। যেনে ষ্ট্ৰবেৰী, ব্লুবেৰী, ইত্যাদি। গ্ৰীষ্মকালত ভাৰতত বহু প্ৰকাৰৰ বেৰী উপলব্ধ হয় ।যাৰ ভিতৰত এটা হৈছে আমলখি, জাম, ফালচা, ষ্ট্ৰবেৰী আদি । ইয়াৰে প্ৰতিটোতে প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।যি চুলিৰ স্বাস্থ্যৰ বাবে উপকাৰী।

২. আম

আমত ভিটামিন এ, চি আৰু ই থাকে। লগতে ইয়াত কেলচিয়াম আৰু ফোলেটও থাকে। সুস্থ চুলি আৰু চুলিৰ বৃদ্ধিৰ বাবে প্ৰতিটো উপাদান অতি প্ৰয়োজনীয়। গতিকে গ্ৰীষ্মকালত আম খালে চুলি সুস্থ হৈ থাকিব।

৩. অমিতা: অমিতাত যথেষ্ট পৰিমাণে ভিটামিন ই থাকে। যি য়ে ৰক্ত সঞ্চালন বৃদ্ধি কৰাত আৰু চুলিৰ শিপালৈ পুষ্টি প্ৰদান কৰাত সহায় কৰে। ই চুলিৰ শিপা শক্তিশালী কৰে। গ্ৰীষ্মকালৰ বিভিন্ন সমস্যাৰ বাবে চুলি নষ্ট নহয়।

৪.তৰমুজ

তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে। যিটোৱে ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিৰ শিপালৈ পুষ্টিকৰ পদাৰ্থ প্ৰেৰণ কৰাত সহায় কৰে। ইয়াৰ ফলত চুলিৰ শিপা মজবুত হয়। গ্ৰীষ্মকালত বিভিন্ন সমস্যাৰ বাবে চুলি সহজে নষ্ট নহয়।

৫.মধুৰি

মধুৰিত ভিটামিন চি আৰু আইৰণ থাকে। ভিটামিন চিয়ে শৰীৰৰ প্ৰদূষক পদাৰ্থৰ পৰা পৰিষ্কাৰ কৰাৰ দৰে আইৰণেও চুলিৰ গুৰিলৈ অক্সিজেন প্ৰেৰণ কৰাত সহায় কৰে। যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hair CareHealthy Lifestyle
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d