Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ডৰ স’তে ভাৰতীয় যোগসূত্ৰ!

কোম্পানীটোৰ চিইঅ’ই শ্বেয়াৰ কৰিলে ইয়াৰ আঁৰৰ কাহিনী 

publisher by publisher
April 19, 2025
in Lifestyle
Reading Time: 1 min read
0
আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ডৰ স’তে ভাৰতীয় যোগসূত্ৰ!
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Tommy Hilfiger: পোছাকৰ ওপৰত বগা, নীলা আৰু ৰঙা ৰঙৰ বৰ্গক্ষেত্ৰৰ ল’গ’ দেখা পালে আৰু নিৰ্মাতাৰ নাম পৃথকে ক’ব নালাগে। টমী হিলফিগাৰ আমেৰিকাৰ আগশাৰীৰ ক্ৰীড়া আৰু জীৱনশৈলীৰ কাপোৰ কোম্পানীটোৰ মুৰব্বী।

ADVERTISEMENT

কিন্তু বহু লোকে নাজানে যে ,এই ৭৪ বছৰীয়া প্ৰখ্যাত ফেশ্বন ডিজাইনাৰগৰাকীৰ যাত্ৰা ভাৰতৰ পৰাই আৰম্ভ হৈছিল। শেহতীয়াকৈ টমীয়ে ভাৰত ভ্ৰমণ কৰি ফেশ্বন আৰু দেশৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে।

নিউয়ৰ্কৰ ৰাস্তাত হৰ্ডিঙত তেওঁৰ ছবি প্ৰকাশ হোৱাৰ বহু আগতে বা সমগ্ৰ বিশ্বতে চৰ্চাৰ আৰম্ভণিতে অনুপ্ৰেৰণাৰ সন্ধানত ভাৰতলৈ আহিছিল টমী।

টমীয়ে জনাইছে, তেওঁ প্ৰায় চাৰি দশক আগতে ভাৰতলৈ আহিছিল। টমীয়ে মুম্বাইৰ ছান্টাক্ৰুজৰ এটা কাৰখানাত নিজৰ প্ৰথম সংকলন সৃষ্টি কৰিছিল।

তেওঁ কয়,”মোৰ কেৰিয়াৰ এনেদৰেই আৰম্ভ হৈছিল। বহুদিনৰ পাছত মই ভাৰতলৈ ঘূৰি আহিলোঁ। ’’

টমি হিলফিগাৰে তৈয়াৰ কৰা কাপোৰবোৰ ইয়াৰ উজ্জ্বল ৰং আৰু ক্ৰীড়া শৈলীৰ বাবে জনাজাত। অৱশ্যে টমীয়ে কয় যে তেওঁ ভাৰতলৈ নতুন কাপোৰৰ সংকলন সৃষ্টি কৰিবলৈ অহা নাছিল, বৰঞ্চ প্ৰেৰণা বিচাৰিহে আহিছিল।

মুম্বাইৰ সামাজিক জীৱনৰ আভাস, স্থানীয় শিল্পীয়ে কাপোৰ বনোৱাৰ ধৰণ, বিভিন্ন প্ৰকাৰৰ ৰঙে পৰৱৰ্তী সময়ত তেওঁক এজন শিল্পী হিচাপে সহায় কৰিছিল।

টমীয়ে কয় যে তেতিয়াৰ পৰাই ভাৰতক উৎপাদনৰ স্থানৰ সলনি তেওঁৰ বাবে এক ‘অনুপ্ৰেৰণা’ হিচাপে পৰিচিত হৈ পৰিছে। কিন্তু ভাৰতৰ স’তে টমিৰ সম্পৰ্ক কেৱল কাপোৰৰ বিষয়ে নহয়।

ভাৰতীয় সংস্কৃতিয়ে এতিয়াও তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।ভাৰতীয় খাদ্যও তেওঁৰ প্ৰিয়। টমীৰ ভাষাত “মই তণ্ডুৰী ভাল পাওঁ।” “কিন্তু বাটাৰ চিকেন থাকিলে মই সেইটো না নকওঁ।”

১৯৮৫ চনত টমীয়ে নিজৰ নামেৰে এটা কাপোৰৰ কোম্পানী আৰম্ভ কৰে। ইয়াৰ আঁৰত আছিল ভাৰতীয় যোগসূত্ৰ ।

টমিৰ কোম্পানীৰ প্ৰথম বিনিয়োগকাৰী আছিল ভাৰতীয় বংশোদ্ভূত ব্যৱসায়ী মোহন মোৰজানি। টমিয়ে কয়,”মই কেলভিন ক্লেইনৰ স’তে জড়িত হোৱাৰ সিদ্ধান্ত লৈছিলো। কিন্তু মোহনে মোক নিষেধ কৰে। তেওঁ কয় যে,’একেলগে টমি হিলফিগাৰৰ’ আৰম্ভ কৰোঁ আহক। ”

পৰম্পৰাগত আনুষ্ঠানিক কাপোৰৰ পৰিৱৰ্তে, গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ টমীয়ে বজাৰলৈ এনেকুৱা কাপোৰ আনে যিবোৰ আৰামদায়ক আৰু গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।

ক্ৰেতাই পিন্ধিবলৈ আৰাম অনুভৱ কৰা কাপোৰ, যেনে ঘৰুৱা কাপোৰৰ দৰে । তেওঁৰ পৰৱৰ্তী ফেশ্বন বিপ্লৱৰ বিষয়ে বহুতে জানে।

টমিয়ে বিষয়টোক “আমেৰিকাৰ নৈমিত্তিককৰণ” বুলি উল্লেখ কৰে । টমি হিলফিগাৰৰ পোছাক এতিয়া চেলিব্ৰিটিৰ পৰা সাধাৰণ মানুহলৈ বিয়পি পৰিছে।

কিন্তু পৃথিৱীৰ অন্যতম আগশাৰীৰ কাপোৰ কোম্পানীৰ জন্মৰ স’তে জড়িত ভাৰতীয় সংস্কৃতি ইমান দিনধৰি অজ্ঞাত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fashion Brandfashion iconTommy Hilfiger
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d