গুৱাহাটী প্ৰেছ ক্লাৱত এৰিডাৰ সংবাদমেলযোগে ঘোষণা

বিহুৰ পাছত বৃদ্ধি পাব ফ্লেটৰ মূল্য

প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকা

নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত

১৯ বিধ নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছে এৰিডাক

নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত আনুমানিক সময়সীমা আৰু ব্যয়ৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা নাই চৰকাৰী তথা অন্যান্য প্ৰকল্প

ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি আইন ২০১৬ সংশোধন কৰি নিৰ্মাতা-ক্রেতাৰ চুক্তিত বৃদ্ধিৰ ধাৰা (Escalation Clause) অন্তৰ্ভুক্ত কৰাৰ আহ্বান

প্ৰমোটাৰক সকাহ দিবলৈ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ ম্যাদ ছমাহলৈ বৃদ্ধিৰ আহ্বান এৰিডাৰ ।

Exit mobile version