পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যো-জা গৃহ বিভাগৰ ৷
ADVERTISEMENT
একেটা পদৰ বাবে নতুনকৈ বিজ্ঞাপণ দিলে গৃহ বিভাগে ৷
পূৰ্বে সেই পদৰ বাবে অনুষ্ঠিত হৈছিল শাৰিৰীক আৰু লিখিত পৰীক্ষা ৷
কিন্তু সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই গৃহ বিভাগে ৷
২০১৭তে ৯০১৭ পদৰ বাবে বিজ্ঞাপন দিছিল গৃহ বিভাগে ৷
কিন্তু সেই পৰীক্ষাৰ ফলাফল নিদিয়াকৈয়ে পুনৰ বিজ্ঞাপণ দিলে গৃহ বিভাগে ৷
অসম আৰক্ষীৰ সেই কাণ্ডত খৰ্গহস্ত হেজাৰ হেজাৰ পৰীক্ষাৰ্থী ৷
ধৰ্ণা দিবলৈ অহা বহু পৰীক্ষাৰ্থীক ৰাজপথৰ পৰাই আটক আৰক্ষীৰ ৷
DGP কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিবলৈ আহিছিল পৰীক্ষাৰ্থীসকল ৷
কিন্তু এইবাৰ ৰাজপথতে প্ৰতিবাদত নামিল পৰীক্ষাৰ্থীসকল ৷