সাত লাখ লোকে উপভোগ কৰিলে ৰঙালীৰ অনুষ্ঠান : যুটীয়া আৰক্ষী আয়ুক্ত মহন্ত

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ সংবাদমেল

“আমাৰ অনুৰোধ ৰক্ষা কৰি ৰাইজে সহযোগ কৰিছে”

১০১খন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে

সাত লাখ লোকে উপভোগ কৰিলে ৰঙালীৰ অনুষ্ঠান

বিগত সময়ত চাৰিজন লোকৰ মৃত্যু হৈছিল

এইবাৰ কিন্তু কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা নাই

যোৱাকালিৰ প্ৰতিবাদ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

১১৫জন প্ৰতিবাদকাৰীক সোমবাৰে আটক কৰিছিল আৰক্ষীয়ে

৩৬ জনক তদন্তৰ আওতাত ৰাখিছো

অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব ৩৬ প্ৰতিবাদকাৰী

আৰু আইনী ব্যৱস্থা আমি আৰম্ভ কৰিছো

কোনো প্ৰাৰ্থীয়ে পৰীক্ষাৰ ফলাফল গম পাই নেকি যাৰ বাবে ইমান কম দিনৰ ভিতৰতে ওলাই আহিছে সেয়া ৰহস্যজনক

পল্টনবজাৰ থানাত গোচৰ ৰুজু হৈছে

নিযুক্তি প্ৰক্ৰিয়া নিকা হ’ব লাগিব

আজি আদালতত হাজিৰ কৰোৱা হ’ব এই ৩৬ প্ৰতিবাদকাৰীক ।

Exit mobile version