কৰ’না কালত সুৰাৰ পাৰ্টি পাতি সদনত ক্ষমা বিচাৰিলে প্ৰধানমন্ত্ৰী জনছনে

5842

ক’ভিডৰ সংক্রমণ প্রতিৰােধৰ বাবে তলাবন্ধ অব্যাহত থকাৰ সময়ত সুৰাৰ পার্টি আয়ােজন কৰি কঠোৰ সমালােচনাৰ সন্মুখীন হােৱা ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে এইবাৰ এই অপকৰ্মৰ বাবে ব্রিটেইনৰ সদনত নিঃচর্ত ক্ষমা বিচাৰিলে।

উল্লেখ্য যে তলাবন্ধত ব্রিটিছ প্রধানমন্ত্রীৰ উপস্থিতিত ডাউনিং ষ্ট্রীটত নিয়ম ভংগ কৰি পার্টি আয়ােজন কৰাৰ অভিযােগত লণ্ডন আৰক্ষীয়ে ২০ জন লােকক জৰিমনা বিহিছিল। ফলত বিৰােধীৰ হেঁচাৰ সন্মুখীন হৈ অৱশেষত আইন প্রণেতাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰিলে প্রধানমন্ত্রী জননে।

Exit mobile version