ৰিলায়েন্স আৰু ফিউচাৰ গ্রুপ মাজত পূর্বে সম্পন্ন হােৱা প্রায় ২৪,৭৩৬ কোটি টকাৰ বাণিজ্যি চুক্তি বাতিল হ’ল।
ফিউচাৰ ৰিটেইল লিমিটেডৰ মাজত থকা ‘আনচিকিউড’ গােষ্ঠীৰ অংশই ৰিলায়েন্স স’তে চুক্তিৰ বাবে সম্মত হ’লেও ‘চিকিউৰড’ বিনিয়ােগকাৰীসকলৰ সংখ্যাগৰিষ্ঠই এই চুক্তি নিবিচৰা হেতুকে ফিউচাৰ-ৰিলায়েন্সৰ বাণিজ্যিক
চুক্তি বাতিল কৰা হ’ল।
ফলত ফিউচাৰ গ্রুপ বিগ বাজাৰৰ মালিকানা লাভৰ পৰা বঞ্চিত হ’ল ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানী।