Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভূ-মাফিয়াৰ দপদপনি

ভূ-মাফিয়াৰ বিৰুদ্ধে শালবাৰী মহকুমা আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ মানাহৰ চৰকাৰী বনকৰ্মীসহ তিনি মাফিয়া

publisher by publisher
April 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
2
SHARES
17
VIEWS
ShareShareShareShare

পলাতক মূল অভিযুক্ত আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান

বাগসা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাঁহবাৰীত আজি তিনিটাকৈ ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰা হয় ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত গ্ৰেপ্তাৰ হয় ভূ-মাফিয়া কেইটা ৷ গ্ৰেপ্তাৰ হোৱা তিনি ভূ-মাফিয়া ক্ৰমে মানাহত বনকৰ্মী হিচাপে কৰ্মৰত আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানৰ ভাতৃ জুলফিক্কৰ আলী, মানাহৰ বাঁহবাৰী ৰেঞ্জত বনকৰ্মী হিচাপে কৰ্মৰত বাৰেংগাবাৰী গাঁৱৰ ফণীন্দ্ৰ দাস আৰু মানাহৰ এখন ল’জৰ স্বত্বাধিকাৰী ৰাজীৱ দাস ।

ADVERTISEMENT

২০২০ৰ নৱেম্বৰত শালবাৰীৰ গোৱৰ্ধনা আৰক্ষী থানাত প্ৰাঞ্জল দাস নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত 82/2020/ US/ 420 IPC নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ভূ-মাফিয়া তিনিজন ৷ ইতিমধ্যে ৰাজীৱ দাসক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে জুলফিক্কৰ আলী আহমেদ আৰু ফণীন্দ্ৰ দাসক বাঁহবাৰী আৰক্ষী চকীত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি পলাতক হৈ আছে মূল অভিযুক্ত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ শালবাগান কেম্পত পূৰ্বে বনকৰ্মী হিচাপে নিয়োজিত আৰু বৰ্তমান বাগসাৰ মুছলপুৰ ডিভিজনত বনকৰ্মী হিচাপে কৰ্মৰত সৰভোগৰ আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান ।

RelatedPosts

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

Number Of Animals In The Manas National Park Has Increased:মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা

উল্লেখ্য যে বনকৰ্মী তথা ভূ-মাফিয়া আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানে মানাহৰ সমীপৰ বাৰেংগাবাৰী গাঁৱৰ বুধু সূত্ৰধৰ নামৰ এগৰাকী লোকৰ পৰা দুই বিঘা ৩০ লেচা মাটি ভুৱা তথ্যৰে জালিয়াতি কৰি আঠ লাখ টকাত ক্ৰয় কৰি পুনৰ এজাহাৰকাৰী প্ৰাঞ্জল দাসৰ নামত প্ৰায় ৩৬ লাখ টকাত ভুৱা এগ্ৰিমেণ্টেৰে বিক্ৰী কৰি আকৌ সেই মাটিডোখৰেই কোকৰাঝাৰৰ গোপাল দাস ওৰফে মানস দাস নামৰ লোক এগৰাকীৰ হাতত প্ৰায় ২০ লাখ টকাত বিক্ৰী কৰিছিল । জোন খানৰ লগত সম্পূর্ণৰূপে দালাল চক্ৰ হিচাপে জড়িত আছিল গ্ৰেপ্তাৰ হোৱা তিনি ভূ-মাফিয়া ক্ৰমে জুলফিক্কৰ আলী আহমেদ, ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস ।

WhatsApp Image 2022 04 25 at 5.56.23 PM

মাটিৰ মালিক বুধ সূত্রধৰক আভুৱা ভৰাই ধৃত মাটিৰ দালাল কেইটাই মুঠ তিনিবাৰকৈ বিক্ৰী কৰিছিল মাটিডোখৰ । ধৃত দালাল কেইটাই মাটিডোখৰৰ পৰা দালালি কৰি প্ৰায় ৬৮ লাখ টকা ধন সংগ্ৰহ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । এইফালে মূল অভিযুক্ত জোন খানক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিব দিয়ে । লগতে মাটিৰ দালালি চক্ৰৰ স’তে আৰু আন কোনোবা যদি জড়িত আছে সম্পূর্ণৰূপে ইয়াক উৎখাত কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

ধৃত তিনিওজনৰ বিৰুদ্ধে ইতিমধ্যে শালবাৰী মহকুমা আৰক্ষীয়ে 120(B)/406/409/166/467/468/471 IPC ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই আজি বাঁহবাৰী আৰক্ষী চকীত এই সংক্ৰান্তত সংবাদ মাধ্যম সম্বোধন কৰি কয়, প্ৰাঞ্জল দাস নামৰ এজন ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছিল মানাহৰ বাঁহবাৰী ৰেঞ্জত কৰ্মৰত জোন খান বিৰুদ্ধে ৷ জোনে মানাহৰ শালবাগান কেম্পত এজন চৰকাৰী বনকৰ্মী হিচাপে কাম কৰিছিল ৷ জোনে মানাহৰ বাৰেঙাবাৰীৰ এজন লোকৰ মাটি বিক্ৰী কৰাৰ নামত ৩৬ লাখ টকা ধন লৈছিল প্ৰাঞ্জল দাসৰ পৰা ৷ এই ক্ষেত্ৰত তেওঁ মিছা, জালিয়াতি আৰু চলাহী কথাৰে মাটি বিক্ৰীৰ এখন চুক্তি কৰিছিল ৷ মানাহৰ বাৰেঙাবাৰীৰ বুধু সূত্ৰধৰৰ দুই বিঘা ৩০ লেচা মাটি ভুৱা তথ্য আৰু জালিয়াতিৰে জোনে আঠ লাখ টকাত ক্ৰয় কৰি সেই মাটিখিনি প্ৰাঞ্জল দাসৰ তাত ৩৬ লাখ টকাত বিক্ৰী কৰাৰ বাবে চুক্তিবদ্ধ হৈ আগধন হিচাপে কিছু ধন লৈ বাকীখিনি চেকযোগে প্ৰাঞ্জল দাসৰ পৰা আদায় কৰিছিল ৷ কিন্তু সেই একেই মাটিখিনি জোনে পুনৰ জালিয়াতিৰে মানাহৰ ল’জৰ স’তে জড়িত কোকৰাঝাৰৰ গোপাল দাস ওৰফে মানস দাস নামৰ আন এজন ব্যক্তিক ২০ লাখ টকাত বিক্ৰী কৰিছিল ৷

আৰক্ষীয়ে এই ক্ষেত্ৰত বেংকৰ ধনৰ আদান-প্ৰদানৰ তথ্যকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ পাছত জানিব পাৰে যে জালিয়াতিৰে মাটি কিনা-বেচা কৰা সমগ্ৰ প্ৰক্ৰিয়াটোত এটা দালাল চক্ৰ জড়িত হৈ আছে আৰু ইয়াৰে দুজন মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস ৷ ফণীন্দ্ৰ দাস এগৰাকী বনকৰ্মী হোৱাৰ বিপৰীতে ৰাজীৱ দাস মানাহৰ এখন ল’জৰ স্বত্বাধিকাৰী ৷ এই দুগৰাকীয়ে সমস্ত কামখিনি জোন খানৰ স’তে মিলি কৰিছিল ৷ মাটিৰ মূল মালিক বুধু সূত্ৰধৰক এই তিনিওজনে মিলি আভুৱাভাৰি মাটিখিনি তিনিবাৰকৈ বিক্ৰী কৰি প্ৰায় ৬৮ লাখ টকা সংগ্ৰহ কৰিছিল ৷

উল্লেখ্য যে জোন খানে গোপাল দাসক বিক্ৰী কৰা বিতৰ্কিত মাটিখিনিত ইতিমধ্যে এখন ল’জ নিৰ্মাণৰ বাবে অট্টালিকা সাজি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ৷ উল্লেখযোগ্য যে মাটিৰ দালালিৰ স’তে আৰু কেইজনমান লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি এই ক্ষেত্ৰত শালবাৰী আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আগবঢ়াই আছে বুলি সদৰী কৰিছে আৰক্ষী বিষয়া সমীৰণ বৈশ্যই ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manas National Park
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d