Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভূ-মাফিয়াৰ দপদপনি

ভূ-মাফিয়াৰ বিৰুদ্ধে শালবাৰী মহকুমা আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ মানাহৰ চৰকাৰী বনকৰ্মীসহ তিনি মাফিয়া

publisher by publisher
April 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

পলাতক মূল অভিযুক্ত আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান

বাগসা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাঁহবাৰীত আজি তিনিটাকৈ ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰা হয় ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত গ্ৰেপ্তাৰ হয় ভূ-মাফিয়া কেইটা ৷ গ্ৰেপ্তাৰ হোৱা তিনি ভূ-মাফিয়া ক্ৰমে মানাহত বনকৰ্মী হিচাপে কৰ্মৰত আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানৰ ভাতৃ জুলফিক্কৰ আলী, মানাহৰ বাঁহবাৰী ৰেঞ্জত বনকৰ্মী হিচাপে কৰ্মৰত বাৰেংগাবাৰী গাঁৱৰ ফণীন্দ্ৰ দাস আৰু মানাহৰ এখন ল’জৰ স্বত্বাধিকাৰী ৰাজীৱ দাস ।

ADVERTISEMENT

২০২০ৰ নৱেম্বৰত শালবাৰীৰ গোৱৰ্ধনা আৰক্ষী থানাত প্ৰাঞ্জল দাস নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত 82/2020/ US/ 420 IPC নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ভূ-মাফিয়া তিনিজন ৷ ইতিমধ্যে ৰাজীৱ দাসক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে জুলফিক্কৰ আলী আহমেদ আৰু ফণীন্দ্ৰ দাসক বাঁহবাৰী আৰক্ষী চকীত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি পলাতক হৈ আছে মূল অভিযুক্ত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ শালবাগান কেম্পত পূৰ্বে বনকৰ্মী হিচাপে নিয়োজিত আৰু বৰ্তমান বাগসাৰ মুছলপুৰ ডিভিজনত বনকৰ্মী হিচাপে কৰ্মৰত সৰভোগৰ আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান ।

উল্লেখ্য যে বনকৰ্মী তথা ভূ-মাফিয়া আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানে মানাহৰ সমীপৰ বাৰেংগাবাৰী গাঁৱৰ বুধু সূত্ৰধৰ নামৰ এগৰাকী লোকৰ পৰা দুই বিঘা ৩০ লেচা মাটি ভুৱা তথ্যৰে জালিয়াতি কৰি আঠ লাখ টকাত ক্ৰয় কৰি পুনৰ এজাহাৰকাৰী প্ৰাঞ্জল দাসৰ নামত প্ৰায় ৩৬ লাখ টকাত ভুৱা এগ্ৰিমেণ্টেৰে বিক্ৰী কৰি আকৌ সেই মাটিডোখৰেই কোকৰাঝাৰৰ গোপাল দাস ওৰফে মানস দাস নামৰ লোক এগৰাকীৰ হাতত প্ৰায় ২০ লাখ টকাত বিক্ৰী কৰিছিল । জোন খানৰ লগত সম্পূর্ণৰূপে দালাল চক্ৰ হিচাপে জড়িত আছিল গ্ৰেপ্তাৰ হোৱা তিনি ভূ-মাফিয়া ক্ৰমে জুলফিক্কৰ আলী আহমেদ, ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস ।

মাটিৰ মালিক বুধ সূত্রধৰক আভুৱা ভৰাই ধৃত মাটিৰ দালাল কেইটাই মুঠ তিনিবাৰকৈ বিক্ৰী কৰিছিল মাটিডোখৰ । ধৃত দালাল কেইটাই মাটিডোখৰৰ পৰা দালালি কৰি প্ৰায় ৬৮ লাখ টকা ধন সংগ্ৰহ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । এইফালে মূল অভিযুক্ত জোন খানক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিব দিয়ে । লগতে মাটিৰ দালালি চক্ৰৰ স’তে আৰু আন কোনোবা যদি জড়িত আছে সম্পূর্ণৰূপে ইয়াক উৎখাত কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

ধৃত তিনিওজনৰ বিৰুদ্ধে ইতিমধ্যে শালবাৰী মহকুমা আৰক্ষীয়ে 120(B)/406/409/166/467/468/471 IPC ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই আজি বাঁহবাৰী আৰক্ষী চকীত এই সংক্ৰান্তত সংবাদ মাধ্যম সম্বোধন কৰি কয়, প্ৰাঞ্জল দাস নামৰ এজন ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছিল মানাহৰ বাঁহবাৰী ৰেঞ্জত কৰ্মৰত জোন খান বিৰুদ্ধে ৷ জোনে মানাহৰ শালবাগান কেম্পত এজন চৰকাৰী বনকৰ্মী হিচাপে কাম কৰিছিল ৷ জোনে মানাহৰ বাৰেঙাবাৰীৰ এজন লোকৰ মাটি বিক্ৰী কৰাৰ নামত ৩৬ লাখ টকা ধন লৈছিল প্ৰাঞ্জল দাসৰ পৰা ৷ এই ক্ষেত্ৰত তেওঁ মিছা, জালিয়াতি আৰু চলাহী কথাৰে মাটি বিক্ৰীৰ এখন চুক্তি কৰিছিল ৷ মানাহৰ বাৰেঙাবাৰীৰ বুধু সূত্ৰধৰৰ দুই বিঘা ৩০ লেচা মাটি ভুৱা তথ্য আৰু জালিয়াতিৰে জোনে আঠ লাখ টকাত ক্ৰয় কৰি সেই মাটিখিনি প্ৰাঞ্জল দাসৰ তাত ৩৬ লাখ টকাত বিক্ৰী কৰাৰ বাবে চুক্তিবদ্ধ হৈ আগধন হিচাপে কিছু ধন লৈ বাকীখিনি চেকযোগে প্ৰাঞ্জল দাসৰ পৰা আদায় কৰিছিল ৷ কিন্তু সেই একেই মাটিখিনি জোনে পুনৰ জালিয়াতিৰে মানাহৰ ল’জৰ স’তে জড়িত কোকৰাঝাৰৰ গোপাল দাস ওৰফে মানস দাস নামৰ আন এজন ব্যক্তিক ২০ লাখ টকাত বিক্ৰী কৰিছিল ৷

আৰক্ষীয়ে এই ক্ষেত্ৰত বেংকৰ ধনৰ আদান-প্ৰদানৰ তথ্যকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ পাছত জানিব পাৰে যে জালিয়াতিৰে মাটি কিনা-বেচা কৰা সমগ্ৰ প্ৰক্ৰিয়াটোত এটা দালাল চক্ৰ জড়িত হৈ আছে আৰু ইয়াৰে দুজন মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস ৷ ফণীন্দ্ৰ দাস এগৰাকী বনকৰ্মী হোৱাৰ বিপৰীতে ৰাজীৱ দাস মানাহৰ এখন ল’জৰ স্বত্বাধিকাৰী ৷ এই দুগৰাকীয়ে সমস্ত কামখিনি জোন খানৰ স’তে মিলি কৰিছিল ৷ মাটিৰ মূল মালিক বুধু সূত্ৰধৰক এই তিনিওজনে মিলি আভুৱাভাৰি মাটিখিনি তিনিবাৰকৈ বিক্ৰী কৰি প্ৰায় ৬৮ লাখ টকা সংগ্ৰহ কৰিছিল ৷

উল্লেখ্য যে জোন খানে গোপাল দাসক বিক্ৰী কৰা বিতৰ্কিত মাটিখিনিত ইতিমধ্যে এখন ল’জ নিৰ্মাণৰ বাবে অট্টালিকা সাজি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ৷ উল্লেখযোগ্য যে মাটিৰ দালালিৰ স’তে আৰু কেইজনমান লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি এই ক্ষেত্ৰত শালবাৰী আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আগবঢ়াই আছে বুলি সদৰী কৰিছে আৰক্ষী বিষয়া সমীৰণ বৈশ্যই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manas National Park
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d