গুৱাহাটীৰ গীতা নগৰৰ এটা পথৰ দুৰৱস্থা

0cdb6b38 aca0 4b6e 9c0a a48edb29f647

দিছ্পুৰ সমষ্টিৰ গীতা নগৰৰ অময়াপুৰ পথৰ দুৰৱস্থা।

পানীৰ পাইপ বঢ়াবলৈ দুটা বছৰৰ আগতে খান্দি আজি লৈকে বঢ়োৱা নহ’ল পাইল।

পথটোৰ এনে অৱস্থাত যমৰ যন্ত্ৰণা ভুগিছে অময়াপুৰবাসীৰ ৰাইজে ।

Exit mobile version