বটদ্ৰৱা থানাত অগ্নি সংযোগ: তীব্ৰ উত্তেজনা

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত আজি বিয়লি প্ৰায় ৪.৩০ বজাত একাংশ উত্তেজিত লোকে অগ্নি সংযোগ কৰে । সম্প্ৰতি পৰিস্থিতি উত্তপ্ত।

ADVERTISEMENT

অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জুই নিৰ্বাপিত হোৱা নাই।ঘটণাস্থলীত উপস্থিত হৈছে আৰক্ষী অধীক্ষক লীনা দলে আৰু আন উচ্চ পদস্থ বিষয়া সকল।

Exit mobile version