Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক’ভিডৰ সময়ত চীনৰ পৰা পিপিই কিট ক্ৰয়ৰ নামত অসম চৰকাৰে দুৰ্নীতি কৰা বুলি সংবাদ প’ৰ্টেলে অনা অভিযোগ নস্যাত মন্ত্ৰী পীযুষ হাজৰীকাৰ

publisher by publisher
May 28, 2022
in Assam, News
Reading Time: 1 min read
0
ক’ভিডৰ সময়ত চীনৰ পৰা পিপিই কিট ক্ৰয়ৰ নামত অসম চৰকাৰে দুৰ্নীতি কৰা বুলি সংবাদ প’ৰ্টেলে অনা অভিযোগ নস্যাত মন্ত্ৰী পীযুষ হাজৰীকাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই আজি কাৰ্বি আংলঙৰ ডিফু চহৰত এখন সংবাদমেল সম্বোধন কৰি বিগত ক’ভিডৰ সময়ত ৰাজ্য চৰকাৰে চীন দেশৰপৰা ‘পিপিই কিট’ ক্ৰয়ৰ নামত দুৰ্নীতি কৰা বুলি The Wire আৰু The Crosscurrent নামৰ সংবাদ প’ৰ্টেলে অনা অভিযোগ নস্যাত কৰি এনে অভিযোগ মনেসজা, অভিসন্ধিমূলক আৰু দুষ্ট প্ৰকৃতিৰ বুলি উল্লেখ কৰে ।

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড আৰম্ভ হোৱা সময়খিনিত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰী থকাৰ বিপৰীতে তেওঁ নিজে আছিল স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী । সেইখিনি সময়ত ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীতে ‘পিপিই কিট’ৰ অভাৱ আছিল।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

97ec081a abe4 47f6 8a1c 2d59201d1e60অসম চৰকাৰে যেনে তেনে দুই এক স্থানৰ পৰা ‘পিপিই কিট’ কিনি কাম চলাবলৈ বাধ্য হৈছিল । আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰীকাই নিজেও চাৰ্টাড বিমান লৈ দিল্লীৰ পৰা পিপিই কিট আনিবলৈ গৈছিল । তেনে সময়তে এটা ব্যৱসায়িক প্ৰতিস্থানে চীন দেশৰপৰা ‘পিপিই কিট’ আনি দিব পাৰিব বুলি ঘোষণা কৰে ।

যি সময়ত বিশ্বৰ সমগ্ৰ মানৱ জাতি ঘৰৰ ভিতৰত সোমাই আছিল তেনে সময়তে কেইগৰাকীমান ভাৰতীয় বিমান পৰিচালকে সাহস কৰি চীন দেশৰপৰা অসমলৈ পিপিই কিট কঢ়িয়াই আনিছিল । বিমান পৰিচালক কেইগৰাকীৰ এনে সাহসী কামক সন্মান জনাবলৈকে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰীকাই বিমানবন্দৰলৈ গৈ বিমান পৰিচালক কেইগৰাকীক কৃতজ্ঞতা জনাইছিল ।

কিন্তু পৰৱৰ্তী সময়ত বহুতে সামাজিক মাধ্যমৰ জড়িয়তে চীনদেশত প্ৰস্তুত পিপিই কিটৰ মানৰ ওপৰত প্ৰশ্ন কৰাত অসম চৰকাৰে এই পিপিই কিটসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় । ক’ভিডৰ সময়ত ভগৱানতকৈও ওপৰত স্থান পোৱা চিকিৎসাকৰ্মীসকলৰ মনোবল যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ ৰাখিয়েই অসম চৰকাৰে চীনদেশৰ পৰা অনা পিপিই কিটসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় ।

তাৰোপৰি তেতিয়ালৈকে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰততে পিপিই কিট প্ৰস্তুত কৰিব পৰা হৈছিল আৰু অসমেও যথেষ্টসংখ্যক পিপিই কিট লাভ কৰিবলৈ সক্ষম হৈছিল, মন্ত্ৰীগৰাকীয়ে কয় । যিখিনি সময়ত অসম চৰকাৰৰ কোনেও চীনদেশৰপৰা অনা পিপিই কিট গ্ৰহণেই কৰা নাছিল তেনে সময়ত চীনৰ পৰা পিপিই কিট কিনাৰ নামত চৰকাৰে দুৰ্নীতি কৰা বুলি অভিযোগ আনি বাতৰি প্ৰকাশ কৰাটো মনেসজা, অভিসন্ধিমূলক আৰু দুষ্ট প্ৰকৃতিৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে বাতৰিৰ জড়িয়তে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক’ভিডৰ সময়খিনিত প্ৰায় চাৰিমাহ সময় জনসাধাৰণৰ স্বাৰ্থত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যিটো সময়ত সকলো ঘৰৰ ভিতৰত সোমাই আছিল সেই সময়খিনিত মাননীয় ড° হিমন্ত বিশ্ব শৰ্মাই মাথো দুঘণ্টাৰ বাবেহে শুবলৈ সময় পাইছিল ।

এনে অৱস্থাত চীনদেশৰপৰা পিপিই কিট কিনাৰ নামত ড° হিমন্ত বিশ্ব শৰ্মাৰ বিভাগে দূৰ্নীতি কৰা বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণ অসত্য আৰু মনেসজা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamPiyush Hazarika
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d