Presidential Election in India‌ : ৰাষ্ট্রপতি নির্বাচন ১৮ জুলাইত, ফল ঘোষণা ২১ত, জনালে নির্বাচন আয়োগে

1654769346 election

ৰাষ্ট্রপতি নির্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতৰ নির্বাচন আয়োগে । অহা ১৮ জুলাইত হ’ব এই নির্বাচন । ফল ঘোষণা হ’ব ২১ জুলাইত ।

অহা ১৫ জুনত এই বিষয়ত বিজ্ঞপ্তি জাৰি কৰিব নির্বাচন আয়োগে । ২৯ জুনৰ ভিতৰত প্রার্থীসকলে মনোনয়নপত্র জমা দিব লাগিব বুলি জনালে আয়োগে । নতুন ৰাষ্ট্রপতিৰ শপতগ্রহণ হ’ব ২৫ জুলাইত ।

দেশৰ বর্তমান ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ কার্যকালৰ ম্যাদ শেষ হ’ব ২৪ জুলাইত ।

Exit mobile version