ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা

2c7dd69748a5b012a62fe08bff3402df

ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ।

ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে আহ্বান প্ৰশাসনৰ ।

যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক 95082-09686 অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক 83760-29984 নম্বৰত অথবা প্ৰশাসনৰ টোল ফ্ৰী নং 1099/93654-29314 নম্বৰত যোগাযোগ কৰক । প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত ।

Exit mobile version