COVID-19 : ক’ভিড আপডেট 

COVID Test Jammu 1200 14012022 PTI

দেশত দৈনিক কৰ’নাৰ লেখচিত্রত উদ্বেগৰ পাৰদ ক্রমশ বাঢ়িছে । শনিবাৰৰ তুলনাত দেওবাৰে আৰু বাঢ়িল সংক্রমণ । সামান্য কমিছে দৈনিক মৃত্যুৰ সংখ্যা ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হয়েছে ২০,৫২৮ জন । শনিবাৰে এই সংখ্যা আছিল ২০,০৪৪ । এদিনত ভাইৰাছ আক্ৰমণত মৃত্যু হৈছে ৪৯ জনৰ । শনিবাৰে এই সংখ্যা আছিল ৫৬ ।

এই পর্যন্ত দেশত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ২৫ হেজাৰ ৭০৯ । সম্প্ৰতি দেশত মুঠ ৰোগীৰ সংখ্যা এক লাখ ৪৩ হেজাৰ ৪৪৯ । দেশত সুস্থতাৰ হাৰ ৯৮.৪৭ শতাংশ ।

Exit mobile version