কোন হ’ব ভাৰতৰ নতুন ৰাষ্ট্ৰপতি ?

1658125405 modi

◼️ আজি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ।
◼️ যশৱন্ত সিন্‌হা বনাম দ্ৰৌপদী মুৰ্মু ।
◼️ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক হৰ্ছ ট্ৰেডিঙৰ অভিযোগ বিৰোধী প্ৰাৰ্থী যশৱন্ত সিন্‌হাৰ ।
◼️ সিন্‌হাৰ মন্তব্যক কটাক্ষ কৰি চিপিএম নেতা সুজন চক্ৰৱৰ্তীয়ে কয় যে সিন্‌হাই তেওঁৰ পৰাজয় নিশ্চিত বুলি জানি এতিয়া এনে ধৰণৰ মন্তব্য কৰিছে ।

Exit mobile version