পুনৰ ক’ভিডত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Untitled design 2 3

ছোনীয়া তনয়া প্ৰিয়ংকা গান্ধী পুনৰ আক্ৰান্ত হ’ল ক’ভিডত৷ এই কথা টুইটাৰৰ জৰিয়তে সদৰি কৰিছে নেত্ৰী গৰাকীয়ে৷ দুমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হয় ক’ভিডত ৷ সম্প্ৰতি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে ক’ভিডৰ সকলো নীতি-নিয়ম মানি হোম আইছলেশ্বনত আছে ৷

পূব নিৰ্ধাৰিত সকলো কাৰ্যকৰী সদ্যহতে বাতিল কৰিছে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷

Exit mobile version