প্ৰধানমন্ত্ৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰে প্ৰধানমন্ত্ৰীৰ উদযাপন ৰাখি বন্ধন উদযাপন

WhatsApp Image 2022 08 11 at 6.02.17 PM

আজি সমগ্ৰ দেশজুৰি উদযাপিত হৈছে পৱিত্ৰ ৰাখি বন্ধন ৷ নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী বাসগৃহত আজি এক ব্যতিক্ৰমী কাৰ্য্যসূচীৰে উদযাপিত কৰা হয় ৰাখি বন্ধন ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কৰ্মৰত হৈ বিষয়া-কৰ্মচাৰীৰ জীয়াৰীসকলৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদযাপন কৰে ৰাখি বন্ধন৷কণকণ কন্যা শিশু সকলে প্ৰধানমন্ত্ৰী গৰাকীৰ কপালত তিলক আঁকি হাতত পিন্ধাই দিয়ে ৰাখি ৷

লগতে প্ৰধানমন্ত্ৰী গৰাকীক খুৱাই দিয়ে মিঠাই৷এইদৰে পৱিত্ৰ দিনটোত কণমানিহতঁৰ সৈতে কিছু মুহূৰ্ত ৰসাল পৰিবেশত পাৰ কৰে প্ৰধানমন্ত্ৰীয়ে৷

Exit mobile version