ৰাজ্যৰ নতুন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

WhatsApp Image 2022 08 11 at 7.34.17 PM

ৰাজ্যৰ নতুন মুখ্য সচিব ৰূপে নিযুক্তি দিয়া হৈছে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক ৷মুখ্য সচিব জিষ্ণু বৰুৱা ৩১ আগষ্টত অৱসৰ ল’ব৷অৱসৰৰ পিছতে জ্যেষ্ঠ আই এ এছ বিষয়া গৰাকীক চৰকাৰে দায়িত্ব দিয়ে এপি ডি চি এলৰ অধ্যক্ষ ৰূপে ৷ দুবছৰৰ বাবে এই দায়িত্ব থাকিব বৰুৱা৷

Exit mobile version