উদয় শংকৰ সন্দিকৈ সোৱঁৰণি ফুটবল টুৰ্ণামেন্ট ঘগ্ৰাপাৰ এফ চিৰ জয়

WhatsApp Image 2022 08 16 at 9.02.40 PM

 যোৱা ১৪ আৰু ১৫ আগষ্টত গুৱাহাটীৰ দিছপুৰ জনতা ভৱন খেলপথাৰত অনুষ্ঠিত ১৩ সংখ্যক উদয় শংকৰ সন্দিকৈ সোঁৱৰণি স্বাধীনতা দিৱস কাপ নট আউট ফুটবল টুৰ্নামেণ্টৰ চুড়ান্ত খেলখনত নলবাৰী ঘগ্ৰাপাৰ এফ চিয়ে নুনমাটিৰ জে অ ই এফ চি দলক ৩-০ গলত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷ চেম্পিয়ন দলক নগদ নগদ ১০ হাজাৰ টকা সহ প্ৰভাত চন্দ্ৰ দত্ত সোঁৱৰণি ট্ৰফী আগবঢ়োৱা হয়৷ আনহাতে বিজিত দলক ৭ হাজাৰ প্ৰাইজ মাণি সহ প্ৰতিভা বৰুৱা সোঁৱৰণি ট্ৰফি প্ৰদান কৰা হয় ৷ অসম জগিং এছ’চিয়েশ্বনে আয়োজন কৰা এই ফুটবল টুৰ্নামেণ্টত মুঠ ১৬ টা ফুটবল টিমে অংশ গ্ৰহণ কৰিছিল ৷

 

Exit mobile version