“নতুন পেন্সন আঁচনি” বাতিলকৰণৰ দাবীত পূৰ্ণ সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

“নতুন পেন্সন আঁচনি” বাতিলকৰণৰ দাবীত অসমৰ চৰকাৰী কৰ্মচাৰীসকলে আজি পালন কৰা কৰ্মবিৰতিৰ প্ৰতি পূৰ্ণ সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।

ADVERTISEMENT
Exit mobile version