যুক্তৰাষ্ট্ৰৰ মেয়ৰৰ কন্যাক বন্দুক আৰু ২ কোটি টকা আৰু সহ গ্ৰেপ্তাৰ

WhatsApp Image 2022 08 28 at 6.38.05 PM

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এজন ৰাজনৈতিক নেতাৰ জীয়ৰীক নগদ দুই কোটি আৰু দুটা বন্দুক সহ টেক্সাছৰ পৰা আটক কৰে ৷ য়েছি নামৰ আটকাধীন যুৱতী গৰাকী মেস্কিকোৰ মিছোয়াকান পৌৰ নিগমৰ মেয়ৰৰ কন্যা ৷
উল্লেখ্য যে যুৱতী গৰাকীয়ে বিশমিলিয়নকৈ অধিক ধন আৰু দুটা ৰাইফল লৈ যুক্তৰাষ্ট্ৰৰ চুবুৰীয়া মেক্সিকোলৈ যাত্ৰা কৰিছিল ৷ কিন্ত দেশখনৰ সীমান্ত অতিক্ৰম কৰিবলৈ যোৱাৰ পথত টেক্সাছৰ লাৰেডোৰ জুয়াৰেজ-লিংকন দলঙত শুল্ক আৰু আৰক্ষীয়ে নিয়মমাফিক তালাচী চলাওঁতেই বহু পৰিমৰ ধন পৰু দুটা বন্দুক সহ আটক কৰে ৷ ধৃত যুৱতী গৰাকীৰ বিৰুদ্ধে যুক্তৰাষ্ট্ৰৰ শুল্ক আৰু আৰক্ষীয়ে এটি গোচৰ ৰজু কৰি গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version