Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

গেলা মাছ !

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
August 29, 2022
in Opinion
Reading Time: 1 min read
0
গেলা মাছ !
3
SHARES
28
VIEWS
ShareShareShareShare

দুৰ্নীতিমুক্ত, স্বচ্ছ আৰু নিকা অসম ! এয়া কি কোনো স্বপ্ন নে দুঃস্বপ্ন ! দৰাচলতে দুৰ্নীতিমুক্ত দেশ অথবা ৰাজ্য এখন কেনে ধৰণৰ হ’ব পাৰে, সেই ধাৰণা অসমীয়া বাদেই, কোনো ভাৰতীয়য়ে নাই বুলি ক’লেও বেছি কোৱা নহয় । সম্প্ৰতি দুৰ্নিতি ভাৰতীয়সকলৰ এনেদৰে মজ্জাগত হৈ পৰিছে যে দুৰ্নীতিমুক্তৰ কোনো ধাৰণা স্পষ্ট নোহোৱাটোৱেই স্বাভাৱিক । বৰঞ্চ দুৰ্নীতি জীৱন ধাৰণৰ এক অৱধাৰিত প্ৰক্ৰিয়াত পৰিণত হৈছে । দিন যোৱাৰ লগে লগে পৰিস্থিতি অধিক গভীৰ হৈ গৈ আছে । অৱশ্যে তাৰ মাজতো সময়ে সময়ে দুৰ্নীতিমুক্ত, স্বচ্ছ আৰু নিকা অসম অথবা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতা আদিৰ শ্ল’গান প্ৰচাৰ কৰা হৈ আহিছে– সংশ্লিষ্টসকলৰ প্ৰয়োজন অনুসৰি । এইবোৰ যে নিতান্তই সাময়িক চমক আৰু ন্যস্তস্বাৰ্থ পূৰণৰ অপচেষ্টাত বাহিৰে আন একো নহয় সেই কথা সচেতন নাগৰিকৰ বুজিবলৈ বাকী নাই ।

ADVERTISEMENT

বৰ্তমানৰ চৰকাৰে শাসনভাৰ গ্ৰহণৰ পাছত যোৱা ১৫ মাহত ৪০ জন চৰকাৰী বিষয়া-কৰ্মচাৰীক দুৰ্নীতিৰ গোচৰত অথবা উৎকোচ গ্ৰহণৰ সময়ত হাতে-লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত কেতবোৰ প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক । এই কথা অস্বীকাৰ কৰাৰ উপায় নাই যে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ শাসনকালৰ পৰাই অসমত দুৰ্নীতিয়ে আনুষ্ঠানিক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল । তাৰ আগলৈ দুৰ্নীতি ৰাজহুৱা জীৱনত এক লজ্জাজনক বিষয় হৈয়ে আছিল । আমি দেখা শৰৎ চন্দ্ৰ সিংহ অথবা গোলাপ বৰবৰাৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ সাধাৰণ জীৱন যাপন আদৰ্শ হৈ নাথাকিলেও শ্ৰদ্ধা আৰু চৰ্চাৰ বিষয় নিশ্চয় আছিল । তেওঁলোকৰ নীতি অথবা কাৰ্যকলাপক লৈ বহুতৰে দুৰ্ঘোৰ মতভেদ থাকিলেও বিত্তীয় কেলেংকাৰি অথবা দুৰ্নীতিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ থাকি দৃষ্টান্তৰ সৃষ্টি কৰি গৈছে ।

RelatedPosts

CBI:উৎকোচ লোৱাৰ অভিযোগত জিএছটিৰ অৱসৰপ্ৰাপ্ত অধীক্ষক আৰু ২ পৰিদৰ্শকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

মুখ্যমন্ত্ৰী হৈও দুৰ্নীতি কৰি ধন-সম্পত্তিৰ পাহাৰ গঢ়িব নোৱাৰা হেতুকেই হয়তো তেওঁলোকক পাছলৈ এইখন সমাজেই অচল টকাৰূপে গণ্য কৰিবলৈ লৈছিল । কলেজৰ পৰা ক্লাছ কৰি ঘৰলৈ ওভতাৰ পথত এদিন ভঙাগড়ত নীলা চিটিবাছখনত ধুতি পৰিহিত এজন চিনাকি চিনাকি যেন লগা মানুহ উঠা দেখি কোন বুলি ভিৰৰ মাজতে চাই দেখো তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ । চকুহাল ডাঙৰকৈ মেলি আশ্চৰ্যচকিত হৈ সেপ ঢোকাৰ বাদে তেতিয়া আৰু আন কথা মনলৈ অহা নাছিল । তেনেদৰেই হেঙেৰাবাৰীৰ চৰকাৰী হাউছিং কল’নীৰ সাধাৰণ এটি ফ্লেটত অতি সাধাৰণভাৱে মুখত এমোকোৰা তামোল লৈ থকা মানুহজনৰ পৰা মাজে মাজে ‘দৈনিক অগ্ৰদূত’লৈ তেওঁ লিখি থোৱা প্ৰৱন্ধ আনিছিলোগৈ । মুখ্যমন্ত্ৰী হোৱাৰ পাছতো গুৱাহাটীত এটি নিজস্ব ঘৰ কৰিব নোৱাৰা সেইজন আছিল গোলাপ বৰবৰা । আজিৰ দিনৰ অচল টকা !

শইকীয়াৰ আগমনৰ পাছৰে পৰা সলনি হ’বলৈ ধৰা পৰিৱেশ জালুকবাৰীৰ ছাত্ৰাবাসৰ পৰা জনতা ভৱনত প্ৰৱেশ কৰা আঞ্চলিকতাবাদী চৰকাৰে সম্পূৰ্ণ মুকলি কৰি দিলে । সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া ‘কেঁচা সোণ’বিলাকে নিজৰ লগতে অঙহী-বঙহীৰ ঘৰ-দুৱাৰ অৱশ্যে ঠিকেই সোণৰ কৰি তুলিলে । এবাৰ খুলি যোৱা দুৱাৰেদি পৰৱৰ্তী পৰ্যায়ত দুৰ্নীতি-কেলেংকাৰিৰ ধল ব’বলৈ ধৰিলে । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিপৰীতে বৃহৎ পৰিমাণৰ পুঁজিৰ আগমন, দেশী-বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ আদিৰ ফলত ৰাজ্যৰ অৰ্থনীতিৰ আকাৰ বাঢ়ি গ’ল, বিভিন্ন নতুন নতুন পথ মুকলি হ’ল, আৰু তাৰ লগে লগে দুৰ্নীতিৰ আকাৰো বাঢ়ি গ’ল । প্লেয়াৰ বাঢ়ি গ’ল আৰু কৌশলো বাঢ়ি গ’ল ।

এনে পৰিপ্ৰেক্ষিতত দুৰ্নীতি বঢ়াৰহে সকলো কাৰণ থাকিল, হ্ৰাসৰ কোনো অৱকাশেই নাথাকিল । চৰকাৰৰ ওপৰৰ পৰা তললৈ ক্ৰমবদ্ধৰ্মান শক্তিশালী এটা ‘চিষ্টেম’ গঢ় লৈ উঠিল । সি এনে এটা চক্ৰ যে তাত কেৱল সোমাবহে পাৰি, ওলাই অহাৰ ৰাস্তা নাই । চুম্বকে টানি নিয়াৰ লেখীয়াকৈ ইও মানুহক অহৰহ আকৰ্ষণ কৰি থাকে । মানুহ যিমানে বাঢ়ে, সিমানে সুবিধাৰ কথাতে কয়– চোৰ বেছি হ’লে কিলৰ সৰাহ ।

এনে অবাধ দুৰ্নীতিৰ মাজতে শেহতীয়াকৈ চৰকাৰে দুৰ্নীতিকাৰীৰ বিৰুদ্ধে কঠোৰতা প্ৰদৰ্শনৰো ধ্বনি দি আহিছে । নিৰ্দিষ্ট অভিযোগ পালে পূবৰ্তেও এনেদৰে উৎকোচ আদায়ৰ দৰে ঘটনাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তৎপৰ হোৱাটো নতুন কথা নহয় যদিও সম্প্ৰতি ইয়াক ধাৰাবাহিকতা প্ৰদান কৰা হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক কোষ, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ আদিয়ে ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰিছে । আনকি চৰকাৰী কাৰ্যালয়ত চলি অহা এনে দুৰ্নীতি ৰোধৰ লক্ষ্যৰে ভুক্তভোগীয়ে অভিযোগ দিব পৰাকৈ একাধিক ফোন নম্বৰো মুকলি কৰি দিয়া হৈছে । তাৰ পাছৰে পৰা বিভিন্নজনৰ অভিযোগৰ ভিত্তিত চৰকাৰী বিষয়া-কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ ১০ মে’ৰ পৰা যোৱা সাত আগষ্টলৈ ১৫ মাহত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই উৎকোচ আদায় কৰোতে ৩৪ জন বিষয়া-কৰ্মচাৰীক হাতে লোটে গ্ৰেপ্তাৰ কৰে । ইয়াৰে ১৩ জন ৰাজপত্ৰিত বিষয়া । এইসকলৰ ভিতৰত বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়কৰ পৰা আৰম্ভ কৰি কনিষ্ঠ সহায়কলৈকে আছে । মাত্ৰ দুহেজাৰ টকাৰ পৰা ৫০ হেজাৰ টকা পৰ্যন্ত উৎকোচ লৈ এইসকল গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে । অৱশ্যে আগষ্ট শেষ হয় মানে গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ সংখ্যাই ৫০ৰ ওচৰা ওচৰি হ’ব বুলি ধাৰণা কৰিব পাৰি । কিয়নো প্ৰায় নিয়মীয়াকৈয়ে ৰাজ্যৰ কোনো নহয় কোনো এটা প্ৰান্তত এনেদৰে কৰ্মচাৰী গ্ৰেপ্তাৰ হৈয়ে আছে ।

লক্ষ্যণীয়ভাৱে চৰকাৰৰ সকীয়নি তথা ধাৰাবাহিক গ্ৰেপ্তাৰ অভিযানৰ পাছতো চৰকাৰী কাৰ্যালয়ত যিকোনো কামৰ বাবদ উৎকোচ আদায়ৰ প্ৰক্ৰিয়া যে অব্যাহত আছে ইয়ে প্ৰমাণ কৰে । ৰাজ্যজুৰি ড্ৰাগছ সৰবৰাহ তথা বিক্ৰীৰ ক্ষেত্ৰতো একে দৃশ্যই পৰিলক্ষিত হৈছে । ধৰাধৰি চলি থকাৰ সময়তো ড্ৰাগছ চলি আছে, উৎকোচ আদায়ো চলি আছে । কয়লা, চুপাৰি, মূল্যবান কাঠ আদিৰ চোৰাং বেপাৰো বেপৰোৱাভাৱে চলি আছে । দুৰ্নীতি এতিয়া আৰু কোনো লজ্জাৰ বিষয় হৈ থকা নাই । দুৰ্নীতিয়ে নীতি হৈ পৰা হেতুকেই নেতাৰ ভাষণ অথবা সকীয়নিক গুৰুত্ব দিবলগীয়া বুলি আজি আৰু কোনেও অনুভৱ নকৰে । কিয়নো সকীয়নি প্ৰদান কৰা নেতাসকলেও সুদীৰ্ঘ সময়ছোৱাত এইক্ষেত্ৰত কোনো সু-দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ।

শেহতীয়া এনেবোৰ অভিযানৰ পাছৰে পৰা চৰকাৰী কাৰ্যালয়ত উৎকোচ আদায়ৰ ঘটনা হ্ৰাস পাইছে বুলি একাংশই আত্মপ্ৰসাদ লাভ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে যদিও বাস্তৱত কিন্তু ছবিখন যথেষ্ট পৃথক । দৈনন্দিন জীৱনত বিভিন্নজনে সন্মুখীন হোৱা বিড়ম্বনা আঁতৰ হোৱা নাই । শ্ল’গান-দাবী আদিৰ সমানে দুনীৰ্তিও চলি আছে । সবাতোকৈ লক্ষ্যণীয় দিশ হৈছে, দুনীৰ্তি-কেলেংকাৰি সংঘটিত কৰি ধৰা পৰাৰ অথবা শাস্তিৰ সন্মুখীন হোৱাৰ ভয় নোহোৱা হৈছে । সেইবাবেই এনে ধাৰাবাহিক অভিযানৰ পাছতো দুনীৰ্তি অব্যাহত আছে । ইয়াৰ এটা প্ৰধান কাৰণ হৈছে উৰ্ধ্বতন মহলত সংঘটিত হৈ অহা বৃহৎ দুনীৰ্তি-কেলেংকাৰিৰ ।

যোৱা বছৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰে এজন জ্যেষ্ঠ বিষয়াৰ ধন-সম্পত্তি তেওঁৰ বৈধ আয়ৰ তুলনাত ২১০ গুণ অধিক বুলি তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰা অভিযোগনামাত উল্লেখ কৰিছিল; কিন্তু অসম আৰক্ষীৰ কেৱল সেইজন বিষয়াই নহয়, যাৰ ধন-সম্পত্তি বৈধ আয়ৰ তুলনাত কে’বাশ অথবা কে’বা হেজাৰ গুণ অধিক । একো একোজন বিষয়াৰ ৰাজ্যৰ ভিতৰে-বাহিৰে ২০-২৫ স্থানত সম্পত্তি থকাৰ বিষয়ে সংবাদ মাধ্যমতে প্ৰকাশ পাইছে । বহু বিষয়াৰ বহিঃৰাজ্যতো বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ আছে । কিন্তু সেইসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে জানো ?

একেদৰেই বিভিন্ন বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলৰ ধন-সম্পত্তিৰ পৰিমাণ দেখিলে চকু কপালত উঠে । প্ৰশ্নটো হৈছে– কাৰ সাহসত এই বিষয়াসকলে এনেদৰে দুনীৰ্তি-কেলেংকাৰিৰে ধন-সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সাহস পাইছে ? চৰকাৰক নেতৃত্ব প্ৰদান কৰা নেতাসকলৰ পৃষ্ঠপোষকতাতে যে ৰাজ্যখনক দুনীৰ্তিয়ে এনেদৰে ছানি ধৰিছে সেয়া দুগ্ধপোষ্য শিশুৰো অজ্ঞাত নহয় । দল নিবিৰ্শেষে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক নেতাসকলৰ মাজত ৰাজকোষ লুণ্ঠনৰ যেন অঘোষিত প্ৰতিযোগিতাহে চলি আহিছে ।

বিগত সময়ছোৱাত ৰাজ্য চৰকাৰত শ শ কোটি টকাৰ কিমান দুৰ্নীতি-কেলেংকাৰি সংঘটিত হ’ল, অথচ সেইবোৰত জড়িত অপৰাধীসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা হ’লনে ? গৰিষ্ঠসংখ্যকৰে আনকি কোনো তদন্তই নহ’ল । সম্প্ৰতি এনে নেতাসকলৰ বহুতেই অসৎ উপায়েৰে আহৰণ কৰা ধন ৰাজ্যৰ বিভিন্ন ব্যৱসায়ত বিনিয়োগ কৰিছে । ৰাজ্যত অব্যাহত থকা অধিকাংশ বৃহৎ প্ৰকল্পত যি প্ৰতিষ্ঠানেই কাম নকৰক, তাতো কিন্তু বিনিয়োগ হৈছে অসমৰ নেতাৰ ধন ।

গুৱাহাটীৰ জি এছ ৰোডকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহৰ বহু সম্পত্তিয়ে যে ৰাজনৈতিক নেতাৰ সেয়া কোনে নাজানে । আনকি আফগানিস্তানৰ পৰা শৰণাৰ্থীৰূপে আহি এই ৰাজ্যত ঋণ আৰু সুতৰ ব্যৱসায় অব্যাহত ৰখা কাবুলিৱালা সকলৰো বহুতৰ মূলধন একাংশ ৰাজনৈতিক নেতা আৰু বিষয়াই যোগান ধৰা বুলি তদন্তত প্ৰকাশ পাইছে । এইবিলাক কথা জনাই সকলো জানে । গতিকে এনে এক দুনীৰ্তিগ্ৰস্ত প্ৰক্ৰিয়াত কেইজনমান আটাইতকৈ নিম্নস্তৰৰ চাকৰিয়ালক কেইহেজাৰমান টকা উৎকোচ গ্ৰহণৰ বাবদ গ্ৰেপ্তাৰ কৰি ৰাজ্যত দুনীৰ্তি হ্ৰাসৰ দাবী কৰাটো হাস্যস্পদ ।

তদুপৰি বহু সময়ত দুৰ্নীতিৰ বিৰুদ্ধে এনেবোৰ অভিযান যে পক্ষপাতিত্বমূলক সেয়াও স্পষ্ট হৈছে । বিশেষ উদ্দেশ্যৰেহে একাংশৰ দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয়তা প্ৰদৰ্শন কৰা হৈছে । গতিকে তেনেবোৰ অভিযানৰ জৰিয়তে সংশ্লিষ্ট কতৃৰ্পক্ষই সাময়িক চমক দি ৰাজনৈতিক লাভ আদায়ৰ চেষ্টা চলাব পাৰে; কিন্তু ই কোনো মহৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰে । কিয়নো উদ্দেশ্য সৎ নহ’লে সেয়া সফল নহয় বুলি বিজ্ঞজনে কৈ গৈছে ।

এই কথা পাহৰিলে নচলিব যে মাছ সদায় মূৰৰ পৰা গেলে । গতিকে দুনীৰ্তি-ভ্ৰষ্টাচাৰত পোত যোৱা অসমক এনে অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ হ’লে শীৰ্ষ মহলৰ পৰাই সদিচ্ছা প্ৰকাশ পাব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BriberyPoliticspranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d