Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

#প্রাঞ্জলসেন ডেকা

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

পৰস্পৰ বিৰোধিতা নে সুবিধাবাদ ?

দৃষ্টিপাত: কনকসেন ডেকা

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

#প্রাঞ্জলসেন ডেকা

শৈক্ষিক উৎকৰ্ষতাৰ পৰিৱৰ্তে সম্প্ৰতি বিশ্ববিদ্যালয়সমূহ অবাঞ্ছিত বিতৰ্কৰ কেন্দ্ৰলৈহে ৰূপান্তৰিত হৈছে। দেশত বিশ্বমানৰ বিশ্ববিদ্যালয় গঢ়ি তোলাৰ সম্পৰ্কত উচ্চ-বাচ্য অব্যাহত থকাৰ সময়তে বৰ্তমানৰ একাংশ বিশ্ববিদ্যালয় বিপৰ্যয়ৰ গৰাহত পতিত হৈছে। ইয়াৰ শেহতীয়া তথা অতি দুর্ভাগ্যজনক দৃষ্টান্ত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ঘটনালানি। সুদীর্ঘ আঢ়ৈ মাহ ধৰি এই কেন্দ্রীয় বিশ্ববিদ্যালয়খনত এক ধৰণৰ অচলাৱস্থা বিৰাজ কৰিছে যদিও ইয়াৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰৰ নির্লিপ্ততা আশ্চর্যকৰ। অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তথৈবচ অৱস্থাৰ মাজতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অগ্ৰণী স্থিতিয়ে শিক্ষাসদী মহলৰ মাজত আশাৰ সঞ্চাৰ কৰিছিল; কিন্তু এইখন উচ্চ শিক্ষাৰ প্রতিষ্ঠানকো অৱশেষত বিপর্যয়ৰ গৰাহলৈ ঠেলি দিয়া হ’ল।

ADVERTISEMENT

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচার্যৰূপে নিযুক্তি লাভৰ পাছতে বিশিষ্ট পদার্থ বিজ্ঞানী ড° কিশোৰী মোহন পাঠকক নতুন দিল্লীত ছাত্রাবস্থাতে এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণৰ সুযোগ লাভ কৰিছিলো। সেই সাক্ষাৎকাৰত বিশ্ববিদ্যালয়খন কেনেদৰে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰিছে, সেই সম্পর্কত তেওঁ বিস্তৃত ৰূপৰেখা দাঙি ধৰিছিল। তিনিদিনীয়া ‘অগ্রদূত’ত সেই সাক্ষাৎকাৰ প্ৰকাশৰ পাছত নতুন কেন্দ্রীয় বিশ্ববিদ্যালয়খনৰ সম্পৰ্কত অসমবাসীয়ে এক সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সাক্ষাৎকাৰ প্ৰদান কৰি ড: পাঠকো যথেষ্ট সুখী হোৱা বুলি পাছত আমাক জানিবলৈ দিছিল। সি যি কি নহওক, ড: পাঠক আৰু তেওঁৰ পাছত আন কে’বাগৰাকী উপাচার্যই বিশ্ববিদ্যালয়খনক আগবঢ়াই আজিৰ অৱস্থাত উপনীত কৰায়। এই ক্ষেত্ৰত আন এগৰাকী উপাচার্য ড: মিহিৰকান্তি চৌধুৰীৰ নামো উল্লেখনীয়। এনে এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ সাম্প্রতিক অচলাৱস্থাই সচেতন সকলোকে উদ্বিগ্ন কবি তোলাই স্বাভাবিক।

বিশ্ববিদ্যালয় এখন শৈক্ষিক তথা গবেষণাৰ উৎকর্ষতাৰ কেন্দ্রৰূপেপৰিগণিত হ’বলৈ হ’লে উপাচাৰ্যগৰাকীৰ ভূমিকাই যে সবাতোকৈ গুৰুত্বপূর্ণ সেই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন; কিন্তু শেহতীয়া সময়ছোৱাত দেশজুৰি চৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয় সমূহত উপাচার্য নিযুক্তিৰ প্রক্রিয়া এক অবাঞ্ছিত বিতৰ্কৰ পাকচক্রত সোমাই পৰিছে। এক নিৰপেক্ষ প্রক্রিয়া অনুসৰণৰ পৰিৱৰ্তে এক বিশেষ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব প্রদান কৰি উপাচাৰ্যসকলক বাছনি কৰা হৈছে বুলি ব্যাপকভাবে চর্চিত হৈ আহিছে। ইয়াকে লৈ বিভিন্ন মহলে ক্ষোভ-অসন্তুষ্টিও প্রকাশ কৰি আহিছে। অৱশ্যে তাৰ পাছতো অৱস্থাৰ কোনো পৰিৱর্তন পৰিলক্ষিত হোৱা নাই। ফলস্বৰূপে একাংশ বিশ্ববিদ্যালয় অনাকাংক্ষিত পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হৈছে। পৰিতাপৰ কথা এয়ে যে ইয়াৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে ছাত্র সমাজে। তাৰ লগে লগে শৈক্ষিক তথা গৱেষণাৰ মান বিঘ্নিত হৈছে।

অসমৰ বিশ্ববিদ্যালয়কেইখনলৈ লক্ষ্য কৰিলেই এনে অধোগতি অধিক স্পষ্ট হৈ পৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে লুইতৰ পাৰ জিলিকাই শৈক্ষিক পোহৰৰে অসমক জগত সভালৈ নিব বুলি আশা কৰা হৈছিল যদিও ই আজি চর্চিত হৈছে দুর্নীতি-অনিয়মকে ধৰি বিভিন্ন অনা-শৈক্ষিক বিতৰ্কৰ বাবেহে। তেনেদৰে অসম কৃষি বিশ্ববিদ্যালয়ত স্বয়ং উপাচার্যৰ দ্বাৰাই অলেখ দুর্নীতি-অনিয়ম সংঘটিত হোৱাৰ বিষয়ে নিয়মীয়াভাবে সংবাদ মাধ্যমত প্রকাশ পাই আহিছে। দুর্নীতিৰ অভিযোগত উপাচাৰ্যৰ দৰে সন্মানীয় ব্যক্তিয়ে পলাতক হৈ থাকিবলগীয়া হোৱা ঘটনাও সংঘটিত হৈছে এই অসমতে। এই সকলোকে চেৰাই গৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড: শম্ভুনাথ সিঙে নজিৰ স্থাপন কৰিছে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দৰে সন্মানীয়, সমাজক দিক দর্শনকাৰী পদত অধিষ্ঠিত ব্যক্তিয়েই যেতিয়া নীচ কার্যত লিপ্ত হয়, তেতিয়া ই হতাশাৰ সৃষ্টি কৰে। যি উপাচার্যৰ দায়িত্ব উলংগ সমাজক বস্তু ধাৰণ কৰোৱাৰ, সেই উপাচার্য যেতিয়া নিজেই উলংগ হ’বলৈ লৈছে তেতিয়া আৰু এই সমাজ সুস্থ হৈ আছে বুলি ভাবিব নোৱাৰি। এখন সমাজ গঢ়ি তোলাৰ ক্ষেত্রত একো একোগৰাকী উপাচাৰ্যৰ ভূমিকা তথা গুরুত্ব অপৰিসীম। সেই বাবেই একোগৰাকী সফল উপাচার্য যুগে যুগে প্ৰেৰণাৰ উৎস হৈ আহিছে। তাৰ বিপৰীতে মূল্যবোধৰ অৱক্ষয়ৰ চৰম সীমাত উপনীত হৈছে একাংশ উপাচার্য।

কেন্দ্রীয়ই হওক অথবা ৰাজ্যিক বিশ্ববিদ্যালয়েই হওক, উপাচার্য নিযুক্তি প্রক্রিয়াটো মুঠেই স্বচ্ছ নোহোৱা হেতুকে শাসক মহলৰ বিশেষ কৃপাদৃষ্টি লাভ কৰা সকলেহে এই পদৰ বাবে বাছনি হোৱাটো নিয়মত পৰিণত হৈছে। গতিকে অনুপযুক্ত ব্যক্তিয়েও উপাচাৰ্যৰ দৰে মর্যাদাসম্পন্ন পদত অধিষ্ঠিত হ’বলৈ সুযোগ লাভ কৰিছে। বহু সময়ত বিশেষ এজেণ্ডা আগবঢ়াই নিয়াৰ উদ্দেশ্যৰেও এনে ব্যক্তিক উপাচার্য নিয়োগৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ শম্ভুনাথ সিঙো তেনে এজন ব্যক্তিৰূপে ইতিমধ্যে চিহ্নিত হৈছে। নিযুক্তি লাভৰ পাছৰে পৰাই উপাচার্যজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগৰ উকমুকনি উঠি আহিছে; কিন্তু যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পাছৰে পৰা ই গুৰুতৰ ৰূপ ধাৰণ কৰে। এই কথা ইতিমধ্যে বিস্তাৰিতভাবে প্রকাশ পাইছে যে জুবিনৰ প্রতি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজনত বাধাদান কৰাই নহয়, অপমানজনক মন্তব্য কৰি বিতৰ্কৰ সূত্রপাত ঘটায় ড° সিঙে। এই ঘটনাক কেন্দ্র কবি ২১ ছেপ্টেম্বৰত আৰম্ভ হোৱা ছাত্র আন্দোলনে গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু ২২ ছেপ্টেম্বৰৰ পৰাই উপাচার্য সিঙে বিশ্ববিদ্যালয় ত্যাগ কৰে। তেতিয়াৰে পৰাই আঢ়ৈ মাহ ধৰি তেওঁ আত্মগোপন কৰি আছে। সমান্তৰালভাবে ছাত্র সমাজৰ আন্দোলনো অব্যাহত আছে। ছাত্র সমাজৰ এই আন্দোলনলৈ বিশ্ববিদ্যালয়ৰ শৈক্ষিক তথা অনা-শৈক্ষিক ব্যক্তিসকলেও সম্পূর্ণরূপে সমর্থন দি ইয়াত অংশগ্রহণ কৰে। ফলস্বৰূপে এই সুদীর্ঘ কালছোৱা বিশ্ববিদ্যালয় খনত অচলাবস্থা বিৰাজ কৰিছে। উপাচার্য সিঙৰ বিৰুদ্ধে দুর্নীতি-অনিয়ম-স্বজন তোষণৰ অলেখ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা কৰা হোৱা নাই। দুবছৰীয়া কার্যকালত সিঙে প্রায় চাৰিশ দিন বিশ্ববিদ্যালয়ত অনুপস্থিত থকা বুলি প্রকাশ পাইছে। এই সময়ছোৱাতে তেওঁ বিশ্ববিদ্যালয়ৰ খৰচত দেশে-বিদেশে ৫১ টা ভ্রমণ কৰে। তদুপৰি বিভিন্ন সামগ্রী ক্রয় প্রক্রিয়া, নির্মাণ কাৰ্যৰ ঠিকা আবণ্টন তথা নিযুক্তি-পদোন্নতি প্রক্রিয়াত ব্যাপক অনিয়ম তথা স্বজন তোষণ কৰি আহিছে বুলি উপাচার্যজনৰ বিৰুদ্ধে অভিযোগ উঠিছে। শৈক্ষিক বিষয়সমূহে তেওঁৰ পৰা যথোচিত গুরুত্ব লাভ নকৰাটোৱে দীর্ঘদিন ধবি ছাত্র তথা শিক্ষক সমাজক অসন্তুষ্ট কৰি ৰাখিছে।

কেন্দ্রীয় বিশ্ববিদ্যালয় হোৱা হেতুকে তেজপুৰ বিশ্ববিদ্যালয় ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রণালয়ৰ অধীনত পৰিচালিত। এই ধাৰাবাহিক আন্দোলনৰ পাছত এবাৰ অসমৰ ৰাজ্যপাল আৰু এবাৰ কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা পৰিস্থিতিৰ বুজ ল’বলৈ প্রতিনিধি প্রেৰণ কৰা হয়; কিন্তু সেই প্রতিনিধিয়ে দাখিল কৰা প্রতিবেদন আজি পর্যন্ত ৰাজহুৱা কৰা নহ’ল। আন্দোলনকাৰী ছাত্র তথা শিক্ষক সমাজে উক্ত প্রতিবেদন বাজহুৱা কবি প্রয়োজনীয় ব্যবস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছে যদিও কর্তৃপক্ষই তালৈ কাণসাৰ কৰা নাই।

লক্ষ্যণীয়ভাবে চৰকাৰৰ এনে নির্লিপ্ত ভূমিকাত ক্ষুণ্ণ হৈ ২৭ নবেম্বৰৰ পৰা বিশ্ববিদ্যালয়খন সম্পূর্ণৰূপেবন্ধ কৰি দিয়ে আন্দোলনকাৰীসকলে। অৱশেষত ড’ ধ্রুব কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অর্পণৰ পাছত শুকুৰবাৰে পৰিস্থিতি সামান্য স্বাভাবিক হ’বলৈ ধৰে যদিও শনিবাৰে বিশ্ববিদ্যালয় চৌহদ পুনৰ উত্তাল হয়। শনিবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অহা প্রতিনিধি দলে বিশ্ববিদ্যালয়খনে সম্মুখীন হোৱা পৰিস্থিতিৰ সম্পৰ্কত পর্যালোচনাৰ পৰিবৰ্তে অভিযুক্ত উপাচার্য সিঙৰ সপক্ষেহে যুক্তি দাঙি ধৰাৰ চেষ্টা চলায় বুলি ছাত্র তথা শিক্ষক সমাজে মন্তব্য কৰে। ইয়াৰ বিৰুদ্ধে শনিবাৰে তেওঁলোকে পুনৰ উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

ব্যক্তি বিশেষৰ স্বাৰ্থপূৰণৰ বাবেই তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানক এনেদৰে ধ্বংসমুখলৈ ঠেলি দিয়াৰ অপচেষ্টা অতিশয় নিন্দনীয়। এই ক্ষেত্রত সবাতোকৈ নির্লিপ্ত ভূমিকা পৰিলক্ষিত হৈছে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ। এজন উপাচার্যই আঢ়ৈ মাহ ধৰি এনেদৰে বিশ্ববিদ্যালয়ৰ পৰা অকর্তৃত্বশীলভাবে আঁতৰি থকাৰ পাছত সৃষ্টি হোৱা অচলাবস্থা আঁতৰ কৰাৰ কোনো প্রচেষ্টাই গ্রহণ কৰা নহ’ল। পৰিৱেশৰ অধিক অৱনতি ঘটাৰ পূৰ্বে চৰকাৰে এই ক্ষেত্রত যথোচিত কার্যব্যৱস্থা গ্রহণ কৰা বাঞ্ছনীয়। তদুপৰি বৌদ্ধিক মহলেও সমগ্র ঘটনাৱলীলৈ দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। অন্যথা আন বহু অনুষ্ঠান-প্রতিষ্ঠানৰ দৰে বিশ্ববিদ্যালয়সমূহো সাধাৰণ অপৰাধ আৰু অপৰাধীৰ ঘাটি হৈ পৰিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Editor articlepranjal sen deka
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ
Uncategorized

TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
Uncategorized

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
Uncategorized

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d