মহানগৰৰ জিএম চি হোল্ডি মূল্যায়ন নকৰা আবাসীলৈ এপিডিচিএল আহ্বান

db88e5ab7f0c374169f5e917ca616dfb

মহানগৰবাসীলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মহানগৰ সংমণ্ডলে জনাইছে বিশেষ আহ্বান ৷ অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত এপিডিচিএলৰ নিদিষ্ট প’ৰ্টেলত জি এম চি হোল্ডিং নং আৰু মূল্যায়ন আই ডি আপডেট কৰি লাগিব সকলোৱে ৷

My Bijuli App আৰু www. apdcl.org ৱেবছাইটৰ সুবিধা ল’বলৈ আহ্বান জনাই শক্তি কোম্পানীটোৱে ৷ উল্লেখ্য মহানগৰীৰ বহু আবাসী আৰু ব্যৱসায়ী প্ৰতিষ্ঠানে জি এম চি হোল্ডিৰ নম্বৰ অন্তভুৰ্ক্ত নকৰি কৰ ফাঁকি দিয়াৰ প্ৰতি লক্ষ্য ৰাখি এপিডিচিএলে লৈছে এই কাৰ্যব্যৱস্থা ৷

Exit mobile version