মথাউৰি নিৰ্মাণত নিম্নমানৰ কাম কৰাৰ অভিযোগত জলসম্পদ বিভাগৰ ছজনকৈ অভিযন্তাক নিলম্বনৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ নিলম্বন হোৱা অভিযন্তা কেইজন শিৱসাগৰ জিলাৰ ডিমৌ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোঁহাই,কনিষ্ঠ অভিযন্তা তৰণ সোণোৱাল সহ আন চাৰিজন কনিষ্ঠ অভিযন্তা ৷
জলসম্পদৰ ছজন অভিযন্তাক নিলম্বনৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰীৰ
-
By publisher

- Categories: India, Assam, News, Politics
- Tags: Pijush Hazarika
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026