UNO ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংক ২০২১-২২ সূচীত ভাৰতে লাভ কৰিছে ১৩২ সংখ্যক স্থান । ১৯১ ,খন ৰাষ্ট্ৰৰ মাজত চলোৱা এই সমীক্ষাত ভাৰতবৰ্ষৰ স্থান পূৰ্বতকৈ অৱনমিত হয় । যিহেতু ২০২০ বৰ্ষত ভাৰতৰ স্থান আছিল ১৩১ নম্বৰত । প্ৰধানকৈ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যেনে-স্বাস্থ্য, শিক্ষা আদিৰ ওপৰতেই এই সমীক্ষা কৰা হয় । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, বিশ্বজুৰি আৰম্ভ হোৱা ক’ভিড অতিমাৰীৰ বাবে মানৱ জাতিৰ উন্নয়ন স্থৱিৰ হৈ যোৱাৰ লগতে প্ৰায় পাঁচ বছৰ পিছুৱাই গ’ল বুলিও উল্লেখ কৰে ।
UNO ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংকত ভাৰতৰ স্থান ১৩২
-
By publisher

- Categories: News, International
- Tags: INDIA RANKS 132 IN HUMEN DEVT.INDEX AT UN.
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026