CORRUPTION দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৰাজ্যত দৈনিক গ্ৰেপ্তাৰ হৈছে ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী । কালি দুজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছতে পুনৰ আজি গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী । ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষী চকীত চলোৱা এক অভিযানত সহকাৰী উপ-পৰিদৰ্শক গোপাল দলেক উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে ।
CORRUPTION এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল আৰক্ষী
-
By publisher
- Categories: India, Assam, News
- Tags: Anti- Corruptionby taking bribes
Related Content
Jorhat Municipal Tax Scam:যোৰহাটত পৌৰ কৰ কেলেংকাৰি !
By
publisher
May 6, 2024
Final Phase of The State Election Will be Held on Tuesday:মঙলবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন
By
publisher
May 6, 2024
Passengers are Desperate for Buses:ভোটদানৰ বাবে ঘৰলৈ যাব ওলোৱা যাত্ৰীৰ বাছৰ অভাৱত হাহাকাৰ !
By
publisher
May 6, 2024
Loksabha Election 2024:দুৰ্গ ৰক্ষাত সফল হ'বনে ?
By
publisher
May 6, 2024
Mandira :ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমল
By
publisher
May 4, 2024