BIHARবিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসমে লাভ কৰিছে ৫ টা সোণ, ৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক। পদক বিজয়ী খেলুৱৈসকল ক্ৰমে সোণৰ পদক হেমাংগ বৰগোহাঁই (হাইজাম্প),অমিছা পেগু (চটপুত),ইণ্ডিভৰ হাজৰিকা(১৫০০মিটাৰ দৌৰ),মোছাদ্দিক হুছেইন( ৬০মিটাৰ দৌৰ),পাহি কেওঁট (২০০০মিটাৰ দৌৰ),ৰূপৰ পদক শিখামণি বৰগোহাঁই (লং জাম্প),সুভম ঘোস (জেভলিন থ্ৰ),পিন্টু বৰঠাকুৰ (হাইজাম্প) আৰু ব্ৰঞ্জৰ পদক পুলি দলে( ১৫০০মিটাৰ দৌৰ),কাদম্বৰী মুদিয়াৰ (১০০মিটাৰ দৌৰ),প্ৰবাল কোঁৱৰ( লং জাম্প), ৰিমঝিম শইকীয়া(১০০মিটাৰ দৌৰ),যুগান্ত চাংমাই( ডিচকাছ থ্ৰ), প্ৰমোদ হাগজাৰ( জেভলিন থ্ৰ),অভিষেক মহালী (৩০০০মিটাৰ দৌৰ),চাংমিৰ টেৰনপি( ৩০০০মিটাৰ দৌৰ)আৰু মেহদী হাচানে(৮০০মিটাৰ দৌৰ)।
EASTERAN ZONALপূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতা
প্ৰথম দিনটোত অসমৰ ৫টা সোণ,৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ
-
By publisher

ADVERTISEMENT
- Categories: India, Assam, News
- Tags: EASTERN ZONAL ATHELETICS CHAMPIONSHIP
Related Content
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ স'তে একত্ৰিত হৈছে বিশ্ব
By
publisher
April 25, 2025
পাকিস্তানী হিন্দুৰ বাবে ভাৰতৰ দুৱাৰ মুকলি,
By
publisher
April 25, 2025
আই ই ডি বিস্ফোৰণত উৰুৱাই দিয়া হ'ল পহলগাম আক্ৰমণত জড়িত লস্কৰ উগ্ৰপন্থীৰ ঘৰ !
By
publisher
April 25, 2025
কাশ্মীৰৰ বান্দিপোৰাত সেনা-উগ্ৰপন্থীৰ গুলীচালনা
By
publisher
April 25, 2025
পাকিস্তানী নাগৰিকৰ ভিছা সেৱা বন্ধ কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে
By
publisher
April 24, 2025
'পৰ্যটক অবিহনে আমি অসম্পূৰ্ণ'!
By
publisher
April 24, 2025