COTTONIAN: ৰাজ্য বহু চৰ্চিত নিযুক্তি কেলেংকাৰীক লৈ এইবাৰ গৰজি উঠিল কটনিয়ান ৷ নিযুক্তিক লৈ সংঘটিত হোৱা বিসংগতিৰ তদন্তৰ দাবীত আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ চৌহদত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাা হয় ৷ হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদী কটনিয়ানে নিযুক্তিৰ স্বচ্ছ আৰু নিকা হোৱাৰ কামনা কৰি ধৰ্ণা দিয়ে৷ নিযুক্তি কেলেংকাৰী জড়িত সকলক শীৰ্ঘে আটকৰ দাবী তোলে ছাত্ৰ সমাজে ৷
COTTONIAN : নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে গৰজি উঠিল কটনিয়ান
হাতত প্লেকাৰ্ড লৈ কটনৰ চৌহদত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
-
By publisher

- Categories: India, Assam, News
- Tags: Cottonian ProtestGuwahati
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026