GUWAHATI LALGANESH FIRE : মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড , জুইত ভস্মীভূত হয় চাৰিখন দোকান

WhatsApp Image 2022 09 22 at 13.27.13

GUWAHATI LALGANESH FIRE : মহানগৰীৰ সদাব্যস্ত উদালবাক্ৰাৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত এখন ফাৰ্মাচীকে ধৰি প্ৰায় চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় ৷ স্থানীয় প্ৰতিবেশীয়ে সন্দেহ কৰা মতে এখন দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা ।

অগ্নিকাণ্ড সুত্ৰপাত হোৱাৰ পিছতে ঘটনাস্থলীত পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়৷

Exit mobile version