BANK MANAGER ARRESTED : মহানগৰীৰ ৰাষ্ট্ৰীয়কৃত বেংক এটাৰ শাখা প্ৰৱন্ধকক ধন আত্মসাৎ কৰাৰ অভিযোগত আটক আৰক্ষীৰ ৷ দিশপুৰৰ চুপাৰ মাৰ্কেটৰ ইউকো(UCO) বেংকৰ শাখা প্ৰৱন্ধক লব্ধ প্ৰতিম শইকীয়াক দিছপুৰ আৰক্ষীয়ে মৃত ব্যক্তিৰ নামত একাউণ্ট খুলি ধন আত্মসাৎ কৰাৰ অভিযোগত আটক কৰে ৷ ইতিমধ্যে আটকাধীন বেংক প্ৰৱন্ধকজনক দিছপুৰ থানাত জ্যেষ্ঠ আৰক্ষী বিষয়াই অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷
BANK MANAGER ARRESTED : মহানগৰীৰ ইউকো’বেংকৰ শাখা প্ৰৱন্ধকক আটক
-
By publisher

- Categories: India, Assam, Crime, News
- Tags: BANK MANAGER ARRESTEDLABDHA PRATIM SAKIASISPUR SUPER MARKET BRANCHUCO Bank
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026