BANK MANAGER ARRESTED : মহানগৰীৰ ইউকো’বেংকৰ শাখা প্ৰৱন্ধকক আটক

WhatsApp Image 2022 09 23 at 16.34.21

BANK MANAGER ARRESTED : মহানগৰীৰ ৰাষ্ট্ৰীয়কৃত বেংক এটাৰ শাখা প্ৰৱন্ধকক ধন আত্মসাৎ কৰাৰ অভিযোগত আটক আৰক্ষীৰ ৷ দিশপুৰৰ চুপাৰ মাৰ্কেটৰ ইউকো(UCO) বেংকৰ শাখা প্ৰৱন্ধক লব্ধ প্ৰতিম শইকীয়াক দিছপুৰ আৰক্ষীয়ে মৃত ব্যক্তিৰ নামত একাউণ্ট খুলি ধন আত্মসাৎ কৰাৰ অভিযোগত আটক কৰে ৷ ইতিমধ্যে আটকাধীন বেংক প্ৰৱন্ধকজনক দিছপুৰ থানাত জ্যেষ্ঠ আৰক্ষী বিষয়াই অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version