Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ASSAM GOVT. THREE DAY CHINTAN SHIVIR AT KAZIRANGA  : কাজিৰঙাত ৰাজ্য চৰকাৰ তিনিদিনীয়া চিন্তন শিৱিৰ

শিৱিৰত উপস্থিত মুখ্যমন্ত্ৰী সহ আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱ

publisher by publisher
September 24, 2022
in News, Assam, India
Reading Time: 1 min read
0
ASSAM GOVT. THREE DAY CHINTAN SHIVIR AT KAZIRANGA  : কাজিৰঙাত ৰাজ্য চৰকাৰ তিনিদিনীয়া চিন্তন শিৱিৰ
1
SHARES
9
VIEWS
ShareShareShareShare

ASSAM GOVT. THREE DAY CHINTAN SHIVIR AT KAZIRANGA  : আজিৰে পৰা কাজিৰঙাত তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ চিন্তন শিৱিৰ ৷ চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত সদগুৰু হিচাপে জনাজাত যোগ আৰু আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

ADVERTISEMENT

WhatsApp Image 2022 09 24 at 21.09.44

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

গৌৰৱ গগৈক কেন্দ্ৰ কৰি এছ আই টি প্ৰতিবেদনঃ আজি মুখ্যমন্ত্রীৰ বিশেষ ব্রিফিং

শনিবাৰে আবেলি কাজিৰঙাত উপস্থিত হোৱা সদগুৰু জনক আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ তাৰ পিছতে আৰম্ভ হোৱা বৈঠকত অংশ লৈ আধ্যাত্মিক গুৰু গৰাকীয়ে বিভিন্ন তত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বক্তব্যত কয় যে,সদগুৰু গৰাকীৰ দিহা- পৰামৰ্শ আৰু প্ৰজ্ঞাই ২০২৬ চনৰ ভিতৰত অসমৰ সামগ্ৰিক উন্নয়নৰ ৰোড মেপ প্ৰস্তত কৰাত চিন্তন শিৱিৰক অপৰিসীম সহায় কৰিব ৷’ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী পৰামৰ্শ অনুসৰি এই শিৱিৰ অনুষ্ঠিত হয় বুলি প্ৰকাশ কৰে৷

WhatsApp Image 2022 09 24 at 21.08.06

শিৱিৰত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,অতুল বৰা ,কেশৱ মহন্ত,পৰিমল শুক্ল বৈদ্য,চন্দ্ৰমোহন পাটোৱাৰী,অজন্তা নেওগ,ইউ জি ব্ৰক্ষ্ম, সঞ্জয় কিষান,যোগেন মহন,বিমল বৰা, পীয়ূষ হাজৰিকা,জয়ন্ত মল্ল বৰুৱা,নন্দিতা গাৰ্লোচা, বিজেপি বিধায়ক তথা ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া-বৰ্গ উপস্থিত থাকে ৷
মুখ্যমন্ত্ৰী শৰ্মাই বোকাখাটত দাহ কৰা গড়ৰ খড়্গৰ চাইৰে নিৰ্মাণ কৰি উলিওৱা গড়ৰ তিনিটা প্ৰতিকৃতি উদ্বোধন কৰে ৷

WhatsApp Image 2022 09 24 at 21.11.08

আনহাতে সন্ধিয়া ভাগত মুখ্যমন্ত্ৰী গৰাকীয়ে সদগুৰুৰ সৈতে কাজিৰঙা অভয়াৰণ্য জীপ চাফাৰী কৰে৷ উল্লেখ্য যে জীপ খনৰ চালকৰ আসনত বহে স্বয়ং আধ্যাত্মিক গুৰু গৰাকী৷কাষত মুখ্যমন্ত্ৰীক লৈ অভয়াৰণ্য খনৰ ভিতৰত প্ৰৱেশ কৰে ৷ কাজিৰঙাৰ নৌসৰ্গিক দৃশ্য দেখি আপ্লুত হৈ পৰে সদগুৰু৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtCMKazirangaSADGURUTHREE DAY CHINTAN SHIVIR
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d