DOG SEIZED IN POLICE OPARATION : গৰুৰ চোৰং ব্যৱসায় অব্যাহত থকাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে চোৰাং কুকুৰৰ সৰবৰাহ । কিছুদিন পূৰ্বে বোকাখাতত প্ৰায় ৩৬ টা চোৰাং কুকুৰ উদ্ধাৰ কৰাৰ পিছত পুনৰ কাছাৰত উদ্ধাৰ হৈছে ১৬ টাকৈ চোৰাং কুকুৰ । খবৰ অনুসৰি কালি নিশা শিলচৰৰ পৰা মিজোৰামলৈ এখন বলেৰ’ বাহনত কঢ়িয়াই নিয়া অৱস্থাতে ১৬ টা চোৰাং কুকুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুজন মিজো সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । এম জে ০৫ এ ৭৮২৯ নম্বৰৰ এই বলেৰ’ বাহনখনত এই ১৬ টাকৈ কুকুৰ মিজোৰামলৈ নিয়া হৈছিল বুলি উল্লেখ কৰিছে ধৃত সৰবৰাহকাৰী দুটাই । ধৃত দুই সৰবৰাহকাৰী দুটা মিজোৰামৰ লালচান হিমা আৰু আলফৰ্ড হামাৰ বুলি জানিব পৰা গৈছে ।
DOG SEIZED IN POLICE OPARATION : আৰক্ষীৰ অভিযানত ১৬ টা চোৰাং কুকুৰ জব্দ
গ্ৰেপ্তাৰ দুই মিজো সৰবৰাহকাৰী
-
By publisher

- Categories: India, Assam, News
- Tags: DOG SEIZEDPOLICE OPARATIONSilchar
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026