P K DUTTA BAIL : মুকলি আকাশৰ তললৈ আহিল অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্ত । আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত দত্তৰ জামিন আৱেদন মঞ্জুৰ কৰে । উল্লেখযোগ্য যে,২০২০ চনত অক্টোবৰ মাহতে পলাতক হৈ থকা অৱস্থাত ভাৰত-নেপাল সীমান্তৰ কাকৰভিঠাৰ পৰা।
গ্ৰেপ্তাৰ কৰা হৈছিল বিৰ্তকিত আৰক্ষী বিষয়া দত্তক । তেতিয়াৰ পৰাই কাৰাৰুদ্ধ হৈ থকা দত্তক অৱশেষত দুজন জামিনদাৰ সহ ১ লাখ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰে ন্যায়ালয়ে ।