PRITHVIRRAJ NARAYAN DEV MECH INTERROGATED BY ED : বড়ো শান্তি চুক্তিৰ মাধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক ইডিৰ জেৰা

WhatsApp Image 2022 09 27 at 19.36.09

PRITHVIRRAJ NARAYAN DEV MECH INTERROGATED BY ED : তৃতীয় বড়ো শান্তি চুক্তিৰ মাধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক আজি জেৰা চলাই ইডি-এ৷ গুৱাহাটীৰ ৰাজগড়স্থিত ইডিৰ কাৰ্যালয়ত জেৰা মেচক ।

উল্লেখ্য যে,পৃথ্বীৰাজ নাৰয়ণ ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল যদিও পৰৱৰ্তী সময়ত দলটোৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে মনোমালিন্য হৈ দলৰ পৰা নিলম্বন হৈছিল ৷ মেছ এন ডি এফ বি আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাত অন্যতম মধ্যস্থতাকাৰী ভূমিকা পালন কৰিছিল ৷

Exit mobile version