গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ উনৈছ লক্ষাধিক টকা, আটক এজন

WhatsApp Image 2022 09 28 at 15.32.34

মহানগৰীৰ পল্টনবজাৰ স্থিত গুৱাহাটী ৰে’ল ষ্টেচন আজি দুপৰীয়া গোপন সূত্ৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই এজন লোকৰ পৰা নগদ ১৯ লাখ ৩০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

ৰে’ল আৰক্ষীয়ে ধনখানি সহ আটক কৰে লোকজনক ৷ ইমান বৃহৎ পৰিমাণৰ ধন লৈ লোকজনে ক’ৰ পৰা আহিছিল এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে গুৱাহাটী ৰে’ল আৰক্ষীয়ে ৷

Exit mobile version