ASSAM POLICE HQ : সৰিয়হ ডুলিতে ভুত ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন আৰক্ষী বিষয়াৰ ক্ষেত্ৰত ৷ মহানগৰীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উৎকোচ লৈ হাতেলোটে ধৰা পৰিল আৰক্ষী বিষয়া ৷ মিয়াচান্দ আলী নামৰ বিষয়াজনে এজন লোকৰ পৰা ঘোচ লওঁতেই থিতাতে আটক কৰে আৰক্ষীৰ দুৰ্নীতি নিৰ্বাৰক শাখাই ৷ এই কথা সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷
ASSAM POLICE HQ : অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে উৎকোচ লৈ আটক আৰক্ষী বিষয়া
-
By publisher

- Categories: News, Assam, Crime
- Tags: Assam PoliceHQ ARRESTED ONE OFFICER
Related Content
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
By
publisher
April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম 'ডিজিটেল সংকট'ত ইৰান
By
publisher
April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ'ব জয়পুৰৰ ঐতিহাসিক 'ছুপাৰ কম্পিউটাৰ'
By
publisher
April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
By
publisher
April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
By
publisher
April 28, 2026